ETV Bharat / state

চিৰাঙত হজযাত্ৰীক সম্বৰ্ধনা

ঢালিগাঁও বৰতালোৱা জামে মছজিদত আয়োজিত এক অনুষ্ঠানত চিৰাং জিলা হজ কমিটীয়ে জিলাখনৰ 6 গৰাকী মহিলা আৰু 5 জন পুৰুষক বিদায় সম্বৰ্ধনা জনায়

চিৰাঙত হজযাত্ৰীক সম্ভৰ্ধনা
author img

By

Published : Jul 1, 2019, 9:56 PM IST

চিৰাং, 1 জুলাইঃ চিৰাঙত 11 গৰাকী হজযাত্ৰীক বিদায় সম্ভৰ্ধনা । চিৰাঙৰ বৰতালোৱা জামে মছজিদ প্ৰাংগনত সোমবাৰে বিদায় সম্বৰ্ধনা জনায় জিলা হজ কমিটীয়ে । ঢালিগাঁও বৰতালোৱা জামে মছজিদত আয়োজিত এক অনুষ্টানত চিৰাং জিলা হজ কমিটীয়ে জিলাখনৰ 6 গৰাকী মহিলা আৰু 5 জন পুৰুষক বিদায় সম্বৰ্ধনা জনায় । আনহাতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে জিলা অতিৰিক্ত উপায়ুক্ত বিপুল শইকীয়াই ৷ আনহাতে অনুষ্ঠানত একাংশ হজযাত্ৰীয়ে বঙাইগাঁৱৰ হজযাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে কিন্তু চিৰাঙৰ হজযাত্ৰীসকলক প্ৰশিক্ষণ নিদিয়ে বুলি অভিযোগ উত্থাপন কৰে ৷

Intro:চিৰাঙত ১১ জন হজ্জ যাত্ৰীক বিদায় সম্ভৰ্ধনা । চিৰাং জিলাৰ বৰতালোৱা জামে মছজিদ প্ৰাঙ্গনত জিলা হজ্জ কমিটীয়ে জনায় সম্বৰ্ধনা । Body:আজি চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা জামে মছজিদত আয়োজিত এক অনুষ্টানত চিৰাং জিলা হজ্জ কমিটীয়ে জিলাখনৰ ৬ জন মহিলা আৰু ৫ জন পুৰুষ মুঠ ১১ জন হজ্জযাত্ৰী ক আজি বিদায় সম্বৰ্ধনা জনায় । চিৰাং জিলাৰ হজ্জ কমিটীৰ সভাপতি হিচাবে জিলা অতিৰিক্ত উপায়ুক্ত বিপুল শইকীয়াই সভাপতিত্ব কৰা সভাত হজ্জ যাত্ৰী সকলক বিদায় সম্ভৰ্ধনা জনায় ।

Conclusion:আজি এই বিদায় সম্ভৰ্ধনাৰ আয়োজন কৰা সভাত জিলাখনৰ হাজী সকলক সম্ভৰ্ধনা জনোৱা হয় । প্ৰতি বছৰৰ দৰে এই বাৰো এই বিদায় সম্ভৰ্ধনা জনায় । হজ্জ যাত্ৰী সকলে অভিযোগ কৰে যে বঙাইগাঁও জিলাৰ হজ্জযাত্ৰী সকলক প্ৰশিক্ষন দিয়ে কিন্ত চিৰাং জিলাত সেই ব্যৱস্থা নাই । গতিকে প্ৰশিক্ষনৰ ব্যৱস্থা কৰাৰ বাবেও দাবী জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.