ETV Bharat / state

বিটিআৰত অনুষ্ঠিত হ'ব লগা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলৰ নাম ঘোষণা

author img

By

Published : Oct 8, 2022, 10:23 PM IST

Updated : Oct 8, 2022, 10:49 PM IST

বিটিআৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা প্ৰথম আন্তঃষষ্ঠ অনুসূচিত কাউন্সিল প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলৰ নাম ঘোষণা (Announced Names of teams participating in football tournament) ৷

Football Tournament held in BTR
বিটিআৰত অনুষ্ঠিত হ'ব লগা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলৰ নাম ঘোষণা

চিৰাং, 8 অক্টোবৰ: বিটিচিৰ চাৰিখন জিলাত দেওবাৰৰ পৰা অনুষ্ঠিত হ'ব ফুটবল প্ৰতিযোগিতা (Council Premier League Football Competition) ৷ বিটিআৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব প্ৰথম আন্তঃষষ্ঠ অনুসূচিত কাউন্সিল প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাখন (Football Tournament held in BTR) ৷

উল্লেখ্য যে, ফুটবল প্ৰতিযোগিতাখনৰ বাবে শনিবাৰে বিটিআৰৰ বড়োলেণ্ড দলটোৰ নাম ঘোষণা কৰা হয় ৷ চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত দুৱাৰ অতিথি শাখাত বিটিআৰৰ পৰা অংশগ্ৰহণ কৰিব লগা দলটোৰ নাম ঘোষণা কৰা হয় ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ড৹ ছাংগ্ৰাং ব্ৰহ্মই আজি কাজলগাঁৱত এক সংবাদমেল অনুষ্ঠিত কৰি দলটোৰ নাম ঘোষণা কৰে (Announced Names of teams participating in football tournament) ৷

লগতে বড়োলেণ্ড দলটোৰ দুই ধৰণৰ জাৰ্চিও মুকলি কৰে ৷ এই অনুষ্ঠানত বড়োলেণ্ড দলটোৰ মুখ্য প্ৰশিক্ষক ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈ বিক্ৰান্ত শৰ্মা, সহকাৰী প্ৰশিক্ষক দৈমালু বসুমতাৰী, ৰয়েল বসুমতাৰী আৰু কেপ্টেইন দৈদৌম হাজোৱাৰী উপস্থিত থাকে ৷ দলটোৰ মেনেজাৰ হিচাপে আছে জাইক্লং ব্ৰহ্ম ।

লগতে পঢ়ক: মৰাণ ফুটবল দলৰ বিজয়ৰে অন্ত পৰিল প্ৰৱীন কুমাৰ গগৈ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ

Last Updated : Oct 8, 2022, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.