চিৰাং,26 জুন: প্ৰবল বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু-সেৰপাং সংযোগী পথৰ ওপৰত থকা ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দলং ৷ বিমান ঘাটীৰ ওচৰতে সংঘটিত হয় এই ঘটনা ৷ ফলত পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা পানীত উটি যায় কেইবাখনো বাহন । এই পৰ্যন্ত কোনো লোকৰ হতাহতৰ তথ্য লাভ কৰা নাই ৷ কিন্তু ভূটানৰ পৰা নামি অহা এই পানীয়ে এতিয়া চিৰাং জিলাত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ ।
ভূটানৰ পৰা নামি অহা পানীৰ ফলত চিৰাং জিলাত বান - বানপানী
প্ৰবল বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু-সেৰপাং সংযোগী পথৰ ওপৰত থকা ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দলং ৷ ভূটানৰ পৰা নামি অহা এই পানীয়ে এতিয়া চিৰাং জিলাত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ ।
ভূটানৰ পৰা নামি অহা পানীৰ ফলত চিৰাং জিলাত বানপানী
চিৰাং,26 জুন: প্ৰবল বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু-সেৰপাং সংযোগী পথৰ ওপৰত থকা ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দলং ৷ বিমান ঘাটীৰ ওচৰতে সংঘটিত হয় এই ঘটনা ৷ ফলত পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা পানীত উটি যায় কেইবাখনো বাহন । এই পৰ্যন্ত কোনো লোকৰ হতাহতৰ তথ্য লাভ কৰা নাই ৷ কিন্তু ভূটানৰ পৰা নামি অহা এই পানীয়ে এতিয়া চিৰাং জিলাত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ ।
Slug : As_Chg_25th jun_810_bhutan flood viz_Abdul Maleque Ahmed.
Send by mail.
যোৱা নিশা হোৱা প্ৰৱল বৰষুনৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফু-সেৰপাং সংযোগী পথৰ ওপৰত থকা ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দলং সম্পুৰ্ণ ৰূপে বিদ্ধস্থ হয় । বিমান ঘাটীৰ ওচৰতে এই ধৰনৰ ঘটনা সংঘটিত হয় । কেবাখনো বাহন উটি যায় পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা পানীত । কোনো হতাহতৰ তথ্য লাভ কৰা নাই । বিদ্ধস্থ দলং খনৰ দুয়োকাষে শশ বান জাম হৈ থকা পৰিলক্ষিত হয় ।
ভূটানৰ পৰা নামি অহা পানীয়ে চিৰাং জিলাত বানপানীৰ সৃষ্টী কৰে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।