ETV Bharat / state

চিৰাঙৰ দাদগিৰি বজাৰত অগ্নিকাণ্ড

author img

By

Published : Jun 1, 2019, 4:49 PM IST

ভাৰত-ভূটান সীমান্তৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত থকা ভাৰতীয় নাগৰিকৰ 12খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডটো শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

চিৰাঙৰ দাদগিৰি বজাৰত অগ্নিকাণ্ড

চিৰাং, 1 জুন: চিৰাঙৰ ভাৰত-ভুটান সীমান্তৰ দাদগিৰি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় কোটি টকাৰ সা-সম্পত্তি । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত থকা ভাৰতীয় নাগৰিকৰ 12খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় । শনিবাৰে পুৱতি নিশা সংঘটিত হোৱা অগ্নিকাণ্ডটো শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

চিৰাঙৰ দাদগিৰি বজাৰত অগ্নিকাণ্ড

অগ্নিকাণ্ডত টিভি, ম'বাইল, বাচন-বৰ্তন আদি কেইবাখনো দোকান ভস্মীভূত হয় ৷ উল্লেখ্য যে ভাৰত-ভূটান সীমান্তবাসীৰ বাবে এই বজাৰখনৰ গুৰুত্ব যথেষ্ট ৷

Slug : As_Chg_1st jun_801 & 802_Chirang Indo-bhutan border dadgiri market burn_vis & byte_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাং  জিলাৰ ভাৰত -ভুটান সীমান্তৰ দাদগিৰি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত প্ৰায় কৌটি টকাৰ সা-সম্পত্তি ভূষ্মীভুত। চিৰাং জিলাৰ ভাৰত-ভুটান সীমান্তৰ পৰা মাত্ৰ ৫০ মিটাৰ দুৰত্বত থকা ভাৰতীয় নাগৰিকৰ ১২ খনকৈ বৃহৎ দোকান সৰ্ম্পুণৰূপে ভূষ্মীভুত হয়। টিভি, মোৱাইল, বাছন ৰ্বতন, কাপোৰ আৰু  অন্যান্য ব্যৱসায়িক প্ৰতিষ্টান, দোকান সৰ্ম্পুণৰূপে জ্বলি নিষেশ হয়। সৰহসংখ্যক দোকানৰ ব্যৱসায়িক মূল্য হব ১০ৰ পৰা ১২ লাখ টকা আৰু কিছুমান দোকানৰ ব্যৱসায়িক মূল্য ২ৰ পৰা ৩ লাখ টকা। প্ৰাপ্ত তথ্য মতে পুৱতি নিশা ২ ৰ পৰা ৩ মান বজাৰ ভিতৰত বৈদ্যুতিক শ্বট চাৰ্কিটৰ পৰা  এই অগ্নিকাণ্ড হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। আজিৰ দিনত অঞ্চলটোত এক নিমাওমাও পৰিৱেশে বিৰাশ কৰিছে। ভাৰত-ভূটান একেবাৰে সীমান্তৰ এইখনেই আছিল ডাঙৰ বজাৰ। মুঠৰ ওপৰত এটা সৰু চহৰ সদৃশ পৰিৱেশ আছিল কিন্ত অগ্নিকাণ্ডই সেয়া আকৌ মৰিশালিত পৰিনত কৰিলে । 

ভীজুৱেল/ বাইট এফটিপিত দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.