ETV Bharat / state

বিজনী বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

author img

By

Published : Jan 18, 2021, 4:49 PM IST

সোমবাৰে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত 33 নং বিজনী বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাস আৰু বিজনীৰ নিৰ্বাচনী বিষয়া মৌচম প্ৰতিম বৰাই ৷

Final voter list of 2021 election for Bijni assembly constituency published
বিজনী বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

চিৰাং,18 জানুৱাৰী : সমাগত 2021 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সোমবাৰে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত প্ৰকাশ কৰা হয় 33 নং বিজনী বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা ৷ বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাস,বিজনীৰ নিৰ্বাচনী বিষয়া মৌচম প্ৰতিম বৰা আৰু প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰকাশ কৰা হয় এই চূড়ান্ত ভোটাৰ তালিকা ৷

বিজনী বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

উল্লেখ্য যে, 2021 বৰ্ষৰ বাবে বিজনী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ 1,58,239 গৰাকী বুলি প্ৰকাশ কৰিছে বিজনীৰ নিৰ্বাচনী বিষয়াই ৷ ইয়াৰে 80,125 জন পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে 78,114 গৰাকী মহিলা ভোটাৰ ৷

Final voter list of 2021 election for Bijni assembly constituency published
বিজনী বিধানসভা সমষ্টিৰ 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

বিজনী বিধানসভা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰ 233 টা বুলি জনাইছে বিজনী মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে ৷

লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ জালত চাৰিজনকৈ ভুৱা স্বাস্থ্য বিষয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.