ETV Bharat / state

চিৰাঙত ইউপিপিএলৰ "পৰিৱৰ্তন যাত্ৰা" শীৰ্ষক কাৰ্যসূচী - ইউপিপিএল

প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে ব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে দলটোৱে চিৰাঙৰ প্ৰতিটো পৰিষদীয় সমষ্টিত পৰিৱৰ্তনৰ স্বাৰ্থৰে ৰূপায়ণ কৰে "পৰিৱৰ্তন যাত্ৰা" শীৰ্ষক কাৰ্যসূচী ৷

ইউপিপিএলৰ "পৰিৱৰ্তন যাত্ৰা" শীৰ্ষক কাৰ্যসূচী

author img

By

Published : Oct 28, 2020, 9:20 PM IST

চিৰাং, 28 অক্টোবৰ: সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ বিটিচি অঞ্চলত ৰাজনৈতিক দলসমূহে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলেও অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে বিপিএফৰ ১৭ বছৰীয়া শাসনক ওফৰোৱাৰ স্বাৰ্থত ইউপিপিএল দলে "পৰিৱৰ্তন যাত্ৰা" শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰে ৷ বুধবাৰে চিৰাঙৰ প্ৰতিটো পৰিষদীয় সমষ্টিত পৰিৱৰ্তনৰ স্বাৰ্থৰে দলটোৱে ৰূপায়ণ কৰে "পৰিৱৰ্তন যাত্ৰা" কাৰ্যসূচী ৷

চিৰাঙত ইউপিপিএলৰ
চিৰাঙত ইউপিপিএলৰ "পৰিৱৰ্তন যাত্ৰা" শীৰ্ষক কাৰ্যসূচী

প্ৰতিগৰাকী লোকৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় আৰু দলটোৰ লক্ষ্য,উদ্দেশ্য সম্পৰ্কে ৰাইজক অৱগত কৰায় ৷ জিলাখনৰ বিজনী মহকুমাৰ অন্তৰ্গত চাৰি পৰিষদীয় সমষ্টি ক্ৰমে নিচিমা,সুবাইঝাৰ,মাধাস সেৰফাং,থুৰিবাৰীৰ লগতে কাজলগাঁও মহকুমাৰ অন্তৰ্গত তিনি পৰিষদীয় সমষ্টি ক্ৰমে কাজলগাঁও,চিৰাং আৰু চিৰাং দুৱাৰ সমষ্টিৰ চুকে-কোণে সমদল কৰি ইউপিপিএল দলে বুধবাৰে প্ৰচাৰ চলায় ।

লগতে পঢ়ক: টিকটকেন্দ্ৰিক ৰাজনীতি: বহু সমষ্টিত বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.