ETV Bharat / state

প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত - হাগ্ৰামা মহিলাৰী

author img

By

Published : Apr 14, 2019, 11:16 PM IST

আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ হেলিকপ্টাৰ লৈ চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতলত প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে । তেওঁৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী,মন্ত্ৰী চন্দন ব্ৰহ্ম,বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী আৰু বিটিচিৰ উপ মুখ্য খাম্পা বৰগয়াৰী ।

প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত - হাগ্ৰামা মহিলাৰী
  • এবছুৰ সভাপতি প্ৰমোদ বড়োক বেপাৰী প্ৰমোদ আখ্যা হাগ্ৰামা মহিলাৰীৰ
  • প্ৰমোদ বড়োই জাতীয় সংগঠন এবছুত থাকি জাতিটোক বিক্ৰী কৰি খাইছে
  • প্ৰমোদ বড়োৰ দুৰ্নীতিৰ সকলো তথ্য প্ৰকাশ কৰি দিয়াৰ হুংকাৰ হাগ্ৰামাৰ
  • ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মুকলি বিৰোধিতা কৰা ইউ পি পি এলে অইন কোনো জনগোষ্ঠীৰ ভোট নাপায় বুলি উল্লেখ কৰি মাথো বড়ো ভোট লৈ কোনো পধ্যেই জিকিব নোৱাৰে বুলিও দাবী কৰে হাগ্ৰামাই
  • প্ৰমোদ বড়ো আৰু এন ডি এফ বিক লগত লৈ কোনোদিনে জিকিব নোৱাৰে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম
  • বদৰুদ্দিন আজমল আমাৰ লগতহে আছে - হাগ্ৰামা মহিলাৰী
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে পাঁচখনৰ চাৰিখন আসন পোৱাটো নিশ্চিত বুলি কয় হাগ্ৰামাই
  • প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় নিশ্চিত বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে

Intro:হাগ্ৰামা মহিলা মহিলাৰীয়ে এবছুৰ সভাপতি প্ৰমোদ বড়োক আজিৰ পৰা নাম সলনি কৰি বেপাৰী প্ৰমোদ বুলি কয় । প্ৰমোদ বড়োই জাতীয় সংগঠন এবছুত থাকি জাতীটোক বিক্ৰী কৰি খাই আছে । দালাল বেপাৰী প্ৰমোদ বড়ো । মুকলি ভাৱে প্ৰত্যাহ্বান জনাাই কয় যে হাগ্ৰামাই কয় প্ৰমোদ বড়োই অস্বিকাৰ কৰক মই সকলো তথ্য প্ৰকাশ কৰিম । কত,কোন গাড়ী লৈ গৈছিল,কোনে কাৰ পৰা কিমান টকা ললে সকলো সকলো তথ্য প্ৰমান আছে মোৰ লগত সময়ত সকলো প্ৰকাশ কৰিম । প্ৰমোদ বড়োক লৈ এন ডি এফ বিয়ে শান্তি চুক্তি কৰে এইটো সম্ভৱ নেকি বুলিও কয় হাগ্ৰামাই । ছয় জনগোষ্ঠীৰ জনজাতীকৰনৰ মুকলি বিৰোধিতা কৰা ইউ পি পি য়ে অইন কোনো জনগোষ্টীৰ ভোট নাপায় মাথো বড়ো ভোট লৈ কোনো পধ্যেই জিকিব নোৱাৰে । ইপিনে বদৰুদ্দিন আজমলে যিমানেই যি নকওক আজলম আমাৰ লগত হে আছে । আজমল ছাহাব এনেই আহিছে তেওঁ আচলতে আমাৰ লগতহে আছে । বাক্সাত আমাৰ মিত্ৰজোটৰ লোকেহে ইউ পি পি এলৰ অফিচ জ্বলাইছিল । আমি জানো আৰু কম সময়ৰ ভিতৰত ইয়াৰ প্ৰতিউত্তৰ লাভ কৰিব । মই কৈছো নিৰ্ব্বাচন লৈ কোনো অপ্ৰিতিকৰ ঘটনা কৰিব নালাগে বুলিও কয় হাগ্ৰামা মহিলাৰীয়ৈ । তেওঁ আজি মুছলমান সকলক কটাক্ষ কৰি কয় যে মোদীয়ে দিয়া এক তোলা সোনৰ আঁচনি মুছলিম সকলৰ বাবে ভাল,দুটাকৈ বিয়া কৰিব পাৰে বুলি পেংলাই কৰে । মুঠতে প্ৰমোদ বড়ো আৰু এন ডি এফ বিক লগত লৈ কোনো দিনে জিকিব নোৱাৰে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম । প্ৰথম পৰ্যায়ন নিৰ্ব্বাচনত বিজেপি মিত্ৰযোটে পাঁচটাৰ চাৰিটা পোৱাটো নিশ্চিত বুলি কয় হাগ্ৰামাই । অসমৰ ১৪ খন আসনৰ ১২ খনত বিজেপি মিত্ৰজোটৰ দখলত থাকিব বুলি নিশ্চয়তা প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে । 

      হাগ্ৰামা মহিলাৰীয়ে আজি নিজৰ দল বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ  হেলিকপ্টাৰ লৈ চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতল এই দুই ঠাইত প্ৰচাৰ চলায় । তেওঁৰ লগত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ম,বিজনী সমষ্ঠীৰ বিধায়ক কমল সিং নাৰ্জাৰী,বিটিচিৰ উপ মুখ্য খাম্পা বৰগয়াৰী ।

বাইট : হাগ্ৰামা মহিলাৰী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : হাগ্ৰামা মহিলাৰী ।

Conclusion:হাগ্ৰামা মহিলাৰীয়ে আজি নিজৰ দল বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্মৰ হৈ  হেলিকপ্টাৰ লৈ চিৰাং জিলাৰ বিজনী শিলবাৰী আৰু বেংতল এই দুই ঠাইত প্ৰচাৰ চলায় । তেওঁৰ লগত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ম,বিজনী সমষ্ঠীৰ বিধায়ক কমল সিং নাৰ্জাৰী,বিটিচিৰ উপ মুখ্য খাম্পা বৰগয়াৰী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.