ETV Bharat / state

চিৰাঙত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ - Ganja

ড্ৰাগছ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাবে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ এই অভিযানৰ সময়ত কেইবা স্থানত ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে গুলিয়াগুলীৰো সূত্ৰপাত হৈছে ৷ ইতিমধ্যে দেশজুৰি চৰ্চিত হৈছে আৰক্ষীৰ এই ভূমিকা ৷

চিৰাঙত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ
চিৰাঙত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ
author img

By

Published : Jul 16, 2021, 8:52 AM IST

চিৰাং, 16 জুলাই : সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ (Drug), গাঞ্জা (cannabis)ৰ বিৰোধী অভিযান ৷ চিৰাঙতো আৰক্ষী (Chirang Police)য়ে ড্ৰাগছ (Drugs)বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । বৃহস্পতিবাৰে নিশা চিৰাঙৰ বিজনীৰ কাৱাটিকাত আৰক্ষী (Chirang Police)য়ে অভিযান চলাই ড্ৰাগছসহ এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আন্ধাৰৰ সুযোগলৈ পলায়ন কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী (Drug peddler)টো ।

চিৰাঙত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ
চিৰাঙত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ

চিৰাং আৰক্ষীয়ে বিজনীৰ কাৱাটিকাৰ খানপাৰাত চলোৱা অভিযানত আৰক্ষী (Chirang Police)য়ে তিনি পেকেট হেৰ’ইন (Heroin)সহ বাইকখন জব্দ কৰে । এক গোপন তথ্যৰ ভিত্তিত চিৰাঙৰ জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়সহ চিৰাং আৰক্ষী (Chirang Police)য়ে চলাই এই অভিযান ৷ আৰক্ষী (Chirang Police)য়ে গোপন সূত্ৰ ভিত্তিত ড্ৰাগছ সৰবৰাহকাৰী (Drug peddler) চানোৱাৰ হুছেইনৰ (২৪) ঘৰত অতৰ্কিতে চলায় এই অভিযান ৷

উক্ত অভিযানত আৰক্ষী (Chirang Police)য়ে ১৫৫.২ গ্ৰাম হেৰ’ইন (Heroin) জব্দ কৰে ৷ আনহাতে, অৰক্ষীয়ে জব্দ কৰা বাইকখনৰ নম্বৰ AS-26B-7976 ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই সৰবৰাহকাৰী (Drug peddler) চানোৱাৰ হুছেইনে আন্ধাৰৰ সুযোগলৈ পলায়ন কৰিবলৈ সক্ষম হয় ।

চিৰাঙত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ
চিৰাঙত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ

উল্লেখ্য যে, ইতিপূৰ্বে ড্ৰাগছ (Drug)সহ গ্ৰেপ্তাৰ হৈ জেললৈ যাবলগীয়া হৈছিল চানোৱাৰ । পাঁচ মাহমান পূৰ্বে জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছ ব্যৱসায়ত (Drug peddler) লিপ্ত হৈছিল চানোৱাৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drug peddler) ৷

লগতে পঢ়ক : বিশ্বনাথত অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.