ETV Bharat / state

কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা - BTC election counting news

বিটিচিৰ ১৩ নং চিৰাং,১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ভোটগণনা কৰা হৈছে কাজলগাঁও স্থিত জিলা পেৰেড গ্ৰাউণ্ডত ৷

As_Chg_kajalgaon-btc-election-counting_img_as10012
কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা
author img

By

Published : Dec 12, 2020, 2:25 PM IST

চিৰাং,12 ডিচেম্বৰঃ আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে বিটিচি নিৰ্বাচনৰ ভোটগণনা ৷ ৰাতিপুৱা ৭ বজাৰ পৰা চিৰাং জিলাৰ সদৰ কাজলগাঁও স্থিত জিলা পেৰেড গ্ৰাউণ্ডত আৰম্ভ কৰা হৈছে ভোট গণনা প্ৰক্ৰিয়া ৷ বিটিচিৰ ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ভোটগণনা কৰা হৈছে এই কেন্দ্ৰটোত ৷

As_Chg_kajalgaon-btc-election-counting_img_as10012
কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত বিটিচি নিৰ্বাচনৰ ভোটগণনা

উল্লেখ্য যে, আজিৰ ভোটগণাত বিটিচিৰ 40 টা পৰিষদীয় সমষ্টিৰ 241 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হ’ব ৷ 4 খন জিলাৰ দহটা ভোটকেন্দ্ৰত চলোৱা হৈছে ভোটগণনা ৷ প্ৰথম ৰাউণ্ডত চিৰাং, চিৰাং দুৱাৰ আৰু কাজলগাঁও সমষ্টিত বিপিএফৰ অগ্ৰগতি লাভ কৰিছিল ৷ আনহাতে, পোষ্টেল বেলটৰ ভোটগণনা ইতিমধ্যে সম্পন্ন হৈছে য’ত 27 টা ভোট নাকচ কৰা হৈছে ৷

বৰ্তমানলৈকে, বিপিএফে 7 খন আসনত, ইউ পি পি এলে 18 খন, বিজেপিয়ে 13 খন গণ সুৰক্ষা পাৰ্টী আৰু কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰদলে এখনকৈ আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক- ৰঙাপৰাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.