ETV Bharat / state

চিৰাঙত বিশ্ব মেলেৰীয়া দিৱস উদযাপন

চিৰাং জিলা স্বাস্থ‍্য সমিতিৰ উদ্যোগ তথা জিলা মেলেৰীয়া নিবাৰন অভিযানৰ সহযোগত এই দিৱস উদযাপন কৰা হয় ৷ এইবৰ্ষৰ বিশ্ব মেলেৰীয়া দিৱসৰ মুল বাণী আছিল "মেলেৰীয়া নিৰ্মুল মোৰ পৰাই আৰম্ভ হওক"৷

author img

By

Published : Apr 25, 2019, 5:04 PM IST

চিৰাঙত বিশ্ব মেলেৰীয়া দিৱস উদযাপন

চিৰাং, 25 এপ্ৰিলঃ বৃহস্পতিবাৰে চিৰাঙত উদযাপন কৰা হয় বিশ্ব মেলেৰীয়া দিৱস ৷ চিৰাং জিলা স্বাস্থ‍্য সমিতিৰ উদ্যোগ তথা জিলা মেলেৰীয়া নিবাৰন অভিযানৰ সহযোগত এই দিৱস উদযাপন কৰা হয় ৷ মেলেৰীয়া দিৱস উপলক্ষে দিনৰ 12 বজাত জিলা সদৰ কাজলগাঁও হাইস্কুলত ছাত্ৰ-ছাত্ৰী সকলক লৈ মেলেৰীয়া সজাগতামুলক সমদল ওলিয়ায় ৷ চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীয়ে মুখ‍্য অতিথি হিচাবে থাকি সমদলৰ শুভাৰম্ভ কৰে । সমদলৰ পিচত কাজলগাঁও হাইস্কুল প্ৰেক্ষাগৃহত আয়োজিত সভাত মেলেৰীয়া আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে বহল ভাৱে আলোচনা হয় ।

চিৰাঙত বিশ্ব মেলেৰীয়া দিৱস উদযাপন

জাগীৰোডত নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ

এইবাৰৰ এই বিশ্ব মেলেৰীয়া দিৱসৰ মুল বাণী হিচাবে "মেলেৰীয়া নিৰ্মুল মোৰ পৰাই আৰম্ভ হওক"ৰ বিষয়ে বিতং আলোচনা কৰে । চিৰাং জিলাত দুবছৰ পুৰ্বে মেলেৰীয়াৰ ব‍্যাপক প্ৰভাৱ আছিল যদিও সম্প্ৰতি সেয়া কমিছে । চলিত বৰ্ষত জিলাখনত মুঠ ২৩ জন মেলেৰীয়া ৰোগী চিনাক্ত হোৱা বুলিও জনায় চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীয়ে ৷

etv bharat
মেলেৰীয়া দিৱস উপলক্ষে উলিওৱা শোভাযাত্ৰা

বিশ্ব মেলেৰীয়া দিৱসৰ এই কাৰ্যসুচিত চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীৰ লগতে জিলা মেলেৰীয়া বিষয়া সৈলেন কাকতি,জিলা মেডিয়া বিষয়া ময়েজ উদ্দিন আহমেদ, লগতে কেবাজনো বিষয়া-কৰ্মচাৰী আৰু কাজলগাঁও হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

Intro:চিৰাঙত বিশ্ব মেলেৰীয়া দিৱস উদযাপন । চিৰাং জিলা স্বাস্থ‍্য সমিতিৰ উদ‍্যোগত তথা জিলা মেলেৰীয়া নিবাৰন অভিযানৰ সহযোগত আজি দুপৰীয়া ১২ বজাত জিলা সদৰ কাজলগাঁও হাইস্কুলত ছাত্ৰ-ছাত্ৰী সকলক লৈ মেলেৰীয়া সজাগতা মুলক সমদল ওলিয়ায় । সমদলৰ পিচত কাজলগাঁও হাইস্কুল প্ৰেক্ষাগৃহত বিশ্ব মেলেৰীয়া দিৱস উপলক্ষে আয়োজিত সভাত মেলেৰীয়া আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে বহল ভাৱে আলোচনা হয় । এইবাৰৰ এই বিশ্ব মেলেৰীয়া দিৱসৰ মুল বানী হিচাবে " মেলেৰীয়া নিৰ্মুল মোৰ পৰাই আৰম্ভ হওক"ৰ বিষয়ে বিতং আলোচনা কৰে । চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰী য়ে মুখ‍্য অতিথি হিচাবে থাকি সমদলৰ শুভাৰম্ভ কৰে । চিৰাং জিলাত দুবছৰ পুৰ্ব্বে মেলেৰীয়াৰ ব‍্যাপক প্ৰভাৱ আছিল যদিও সম্প্ৰতি সেয়া কমিছে । চলিত বৰ্ষত জিলাখনত মুঠ ২৩ জন মেলেৰীয়া ৰোগী চিনাক্ত হৈছে বুলিও জনায় বিষয়া জনে ।

বাইট : দিগেন্দ্ৰ ৰামচিয়াৰী, চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক।

আজি চিৰাঙত উদযাপিত বিশ্ব মেলেৰীয়া দিৱসৰ এই কাৰ্যসুচিত চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীৰ লগতে জিলা মেলেৰীয়া বিষয়া সৈলেন কাকতি,জিলা মেডিয়া বিষয়া ময়েজ উদ্দিন আহমেদ, লগতে কেবাজনো বিষয়া-কৰ্মচাৰী আৰু কাজলগাঁও হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : দিগেন্দ্ৰ ৰামচিয়াৰী, চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক।

Conclusion:আজি চিৰাঙত উদযাপিত বিশ্ব মেলেৰীয়া দিৱসৰ এই কাৰ্যসুচিত চিৰাং জিলা যুটীয়া স্বাস্থ‍্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীৰ লগতে জিলা মেলেৰীয়া বিষয়া সৈলেন কাকতি,জিলা মেডিয়া বিষয়া ময়েজ উদ্দিন আহমেদ, লগতে কেবাজনো বিষয়া-কৰ্মচাৰী আৰু কাজলগাঁও হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.