ETV Bharat / state

বিপিএফ নিশ্চিহ্ন হবলৈ আৰু বেছি দিন নাই : উৰ্খাউ গৌৰা ব্ৰহ্ম - কোকৰাঝাৰ

তুংগত উঠিছে কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ নিৰ্বাচনী প্ৰচাৰ । ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰৰ ৷ জন সমুদ্ৰত পৰিণত হৈছে নিৰ্বাচনী জন সভাত । হেজাৰ হেজাৰ ইউ পি পি এল দলৰ সমৰ্থকে ওলাই আহে প্ৰাৰ্থীজনৰ সমৰ্থনত ।

বিপিএফ নিশ্চিহ্ন হবলৈ আৰু বেছি দিন নাই : উৰ্খাউ গৌৰা ব্ৰহ্ম
author img

By

Published : Apr 4, 2019, 11:56 PM IST

চিৰাং, 4 এপ্ৰিলঃ চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তি পচলাগুৰিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ ৷নিৰ্বাচনী প্ৰচাৰ পিছত সাংবাদিকৰ আগত মন্তব্য বিপিএফ নিশ্চিহ্ন হবলৈ আৰু বেছি দিন নাই । বিপিএফৰ ৰাজত্ব আৰু বেছিদিন নচলে ইয়াত । এই নিৰ্বাচনে সাংসদ নৱ শৰণীয়াক পৰাজিত কৰাৰ লগতে বিপিএফক ধুলিস্যাৎ কৰিব বুলি যাৰ বাবে বিপিএফ নেতৃত্বই ভয়তে প্ৰলাপ বকি আছে বুলি উল্লেখ কৰে ইউ পি পি এল দলৰ প্ৰাৰ্থীগৰাকীয়ে ।

বিপিএফ নিশ্চিহ্ন হবলৈ আৰু বেছি দিন নাই : উৰ্খাউ গৌৰা ব্ৰহ্ম

আনহাতে নৱ শৰণীয়া আৰু বিপিএফৰ মাজত গোপন বুজাবুজি হৈছে নেকি বুলি উল্লেখ কৰি কয় সেয়েহে নৱ শৰণীয়াৰ বিষয়ে বিপিএফে 20 শতাংশ হে মন্তব্য কৰি আছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ব্ৰহ্মই ৷ কংগ্ৰেছ আৰু বিপিএফে মিলিত হৈ দ্বিতীয় স্থানৰ বাবে যুঁজ দিয়া পৰিলক্ষিত হৈছে বুলি কয় প্ৰাৰ্থী জনে ।

Intro:তুঙ্গত উঠিছে কোকৰাঝাৰ লোক সভা সমষ্ঠীৰ নিৰ্ব্বাচনী প্ৰচাৰ। এয়া সমষ্ঠী টোৰ অন্তৰ্গত চিৰাং জিলাত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ নিৰ্ব্বাচনী প্ৰচাৰৰ দৃশ‍্য । সাধাৰণ এক নিৰ্ব্বাচনী সভা পৰিনত হৈছে নিৰ্ব্বাচনী জন সভাত । হেজাৰ হেজাৰ ইউ পি পি এল দলৰ সমৰ্থকে ওলাই আহিছে এই দৰেই দলটোৰ প্ৰাৰ্থীজনৰ সমৰ্থনত । চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তি পচলাগুৰিৰ দৃশ‍্য। দলটোৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম ই নিৰ্ব্বাচনী সভাখনত অংশগ্ৰহন কৰি কয় যে বিপিএফ নিশ্চিহ্ন হবলৈ আৰু বেছি দিন নাই । বিপিএফৰ ৰাজত্ব আৰু বেছিদিন নচলে ইয়াত । এই নিৰ্ব্বাচনে সাংসদ নৱ শৰনীয়াক পৰাজিত কৰাৰ লগতে বিপিএফক ধুলিস‍্যাত কৰিব। বিপিএফ নেতৃত্বই ভয়তে প্ৰলাপ বকি আছে। ভাষাৰ ভাৰসাম‍্য হেৰুৱাই পেলাইছে । নৱ শৰনীয়া আৰু বিপিএফৰ মাজত গোপন বুজাবুজিৰ বাবেই নৱ শৰনীয়াৰ বিষয়ে একো নকয় অথচ ইউ পিপিএলৰ বিৰুদ্ধেহে কোৱা পৰিলক্ষিত হৈছে। আজিৰ তাৰিখত নৱ শৰনীয়া তিনি নম্বৰত থকাৰ বিপৰিতে কংগ্ৰেছ আৰু বিপিএফ দ্বিতীয় স্থানত থকা পৰিলক্ষিত হৈছে বুলি কয় প্ৰাৰ্থী জনে । বিজেপি -বিপিএফে চৰকাৰী আঁচনি লৈ মহিলা সকলক উপলুঙা কৰিছে বুলি অভিযোগ কৰে প্ৰাৰ্থীজনে ।

বাইট : উৰ্খাউ গৌৰা ব্ৰহ্ম, ইউপিপিএলৰ কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : উৰ্খাউ গৌৰা ব্ৰহ্ম, ইউপিপিএলৰ কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ প্ৰাৰ্থী।

Conclusion:নিৰ্ব্বাচনি সভা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.