ETV Bharat / state

অসমত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 19, 2019, 11:50 PM IST

চি পি আই এমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে

চিৰাঙত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ

চিৰাং,১৯ এপ্ৰিলঃ শুকুৰবাৰে চিৰাং আৰু বৰপেটাৰোডত চিপিআইএমৰ ২৬ বছৰীয়া প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ প্ৰচাৰ চলাই ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও বিজনী বিধান সভা সমষ্টিৰ কেইবাহেজাৰ লোকে অংশগ্ৰহণ কৰা এই নিৰ্বাচনী সভাত উপস্থিত থাকে চিপিআইএমৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন,মনোৰঞ্জন তালুকদাৰ, গজেন বৰ্মন,পৰিমল চক্ৰৱৰ্তীকে ধৰি কেবাজনো চি পি আই এমৰ নেতা ।

  • বিজেপি হাটাও দেশ বাচাও ,যিকোনো প্ৰকাৰে দেশ ৰক্ষাৰ বাবে দেশৰ পৰা বিজেপি আঁতৰাবই লাগিবঃ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সংবিধানেৰ পৰিপন্থী ,ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ বিধি সংবিধানত নাই ৷ বিজেপিয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে মানুহৰ মনত একতা সংহতি বিনষ্ট কৰাৰ বাবে এই বিল আনিবলৈ চেষ্টা কৰি আছেঃ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ
  • ৰাফেল কেলেংকাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ফচি গৈছে,ৰাফেল কেলেংকাৰী সম্পৰ্কত বিজেপিয়ে চুপ্ৰিম কোৰ্টত জমা দিয়া কাগজ পাতি চাই ৰাফেলত কেলেংকাৰী হোৱা বুলি চুপ্ৰিম কোৰ্টৰো সন্দেহ উপজিছেঃ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ

Intro:চিৰাঙৰ বিজনীত চিপিআইএমৰ প্ৰাৰ্থীৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰ চলালে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ‍্যমন্ত্ৰী মানিক সৰকাৰে । ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই এমৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মুখ‍্যমন্ত্ৰীজনে । ২৬ বছৰীয়া বিৰাজ ডেকা দেশৰ ভিতৰতে আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থী । ত্ৰিপুৰাৰ প্ৰাক্তন মুখ‍্যমন্ত্ৰী মানিক সৰকাৰে কয় বিজেপি হাটাও দেশ বাচাও । যিকোনো প্ৰকাৰে দেশ ৰক্ষাৰ বাবে দেশৰ পৰা বিজেপি আতৰাবই লাগিব । নহলে দেশ ধ্বংশ কৰিব বিজেপি ,আৰ এচ এচে ।

চিপিএমৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন,মনোৰঞ্জন তালুকদাৰ, গজেন বৰ্মন,পৰিমল চক্ৰৱৰ্তিকে আদি কৰি কেবাজনো চিপিআইএমৰ নেতা ই সভাত ভাষন দিয়ে । বিজনী বিধান সভা সমষ্টিৰ কেবাহেজাৰ লোকে এই নিৰ্ব্বাচনী সভাত অংশগ্ৰহন কৰে ।

বাইট : বিৰাজ ডেকা, প্ৰাৰ্থী।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : বিৰাজ ডেকা, প্ৰাৰ্থী।

Conclusion:চিপিএমৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন,মনোৰঞ্জন তালুকদাৰ, গজেন বৰ্মন,পৰিমল চক্ৰৱৰ্তিকে আদি কৰি কেবাজনো চিপিআইএমৰ নেতা ই সভাত ভাষন দিয়ে । বিজনী বিধান সভা সমষ্টিৰ কেবাহেজাৰ লোকে এই নিৰ্ব্বাচনী সভাত অংশগ্ৰহন কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.