ETV Bharat / state

ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্ৰমিকৰ মৃত্যু

author img

By

Published : Feb 4, 2020, 1:46 PM IST

মৃত শ্ৰমিক জনৰ নাম প্ৰফুল্ল সিংহ(25)। দুৰ্ঘটনাত পতিত হোৱা ট্ৰেক্টৰ খনৰ নম্বৰ AS-19C-7895 ৷

ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্ৰমিকৰ মৃত্যু
ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ শ্ৰমিকৰ মৃত্যু

চিৰাং, 4 ফেব্ৰুৱাৰীঃ চিৰাঙৰ বিজনী বিষ্ণুপুৰত অঘটন ৷ ট্ৰেক্টৰ বাগৰি শ্ৰমিকৰ মৃত্যু ৷ মৃত শ্ৰমিক জনৰ নাম প্ৰফুল্ল সিংহ(25)। দুৰ্ঘটনাত পতিত হোৱা ট্ৰেক্টৰ খনৰ নম্বৰ AS-19C-7895 ৷

প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ বিজনী থানাৰ অন্তৰ্গত বিষ্ণুপুৰত মাটী কঢ়িওৱা খালী ট্ৰেক্টৰ খনে দ্ৰুত গতিত গৈ থকা অৱস্থাত ভঙা পথৰ বাবেই বাগৰি পথৰ দাতিৰ খাৱৈত পৰি যায় । তাৰ ফলত ট্ৰেক্টৰৰ ট্ৰলিত বহি থকা শ্ৰমিক প্ৰফুল্ল সিংহ থিতাতে নিহত হোৱাৰ লগতে চালক সহ আন দুজন শ্ৰমিকো আহত হয় । আহত সকলক চিকিৎসাৰ বাবে বিজনীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।

Chirang tracktor accident one death
দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰখন

লগতে পঢ়কঃ গোৱালাপাৰৰ ৰংজুলিত শোকাৱহ বাছ দুৰ্ঘটনাঃ এইপৰ্যন্ত নিহত 6 জন

Intro:চিৰাঙৰ বিজনী বিষ্ণুপুৰত অঘটন।ট্ৰেক্টৰ বাগৰি শ্ৰমিকৰ মৃত্যু।মৃত শ্ৰমিক জনৰ নাম প্ৰফুল্ল সিংহ(25)।ট্ৰেক্টৰৰ নম্বৰ AS-19C-7895
প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ বিজনী থানাৰ অন্তৰ্গত বিষ্ণুপুৰত মাটী কঢ়িওৱা খালী ট্ৰেক্টৰ খনে দ্ৰুত গতিত গৈ থকা অৱস্থাত ভঙা পথৰ বাবেই বাগৰি পথৰ দাতিৰ খাৱৈত পৰি যায় । তাৰ ফলত ট্ৰেক্টৰৰ ট্ৰলিত বহি থকা শ্ৰমিক প্ৰফুল্ল সিংহ থিতাতে নিহত হোৱাৰ লগতে চালক সহ আন দুজন শ্ৰমিকো আহত হয় । আহত সকলক চিকিৎসাৰ বাবে বিজনীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছে । সম্প্ৰতি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ ব্যৱস্থা কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙৰ বিজনী বিষ্ণুপুৰত অঘটন।ট্ৰেক্টৰ বাগৰি শ্ৰমিকৰ মৃত্যু।

Conclusion:চিৰাঙৰ বিজনী বিষ্ণুপুৰত অঘটন।ট্ৰেক্টৰ বাগৰি শ্ৰমিকৰ মৃত্যু।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.