ETV Bharat / state

চিৰাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান - 31 NH

চিৰাঙৰ কাজলগাঁও পৌৰ সভাৰ অধিনৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত কদৰ্যময় পৰিবেশ ৷ কাণসাৰ নাই পৌৰসভাৰ বিষয়া নেতৃত্বৰ ।

চিৰাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান
author img

By

Published : May 17, 2019, 5:55 PM IST

17মে':

  • চিৰাঙৰ কাজলগাঁও পৌৰ সভাত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান
  • ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কদৰ্যময় পৰিবেশ
  • দুৰ্গন্ধত পথচাৰীৰ হাহাকাৰ পৰিস্থিতি
  • দৃষ্টিগোচৰ নহয় পৌৰসভাৰ বিষয়া নেতৃত্বৰ ।
    চিৰাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান

17মে':

  • চিৰাঙৰ কাজলগাঁও পৌৰ সভাত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান
  • ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কদৰ্যময় পৰিবেশ
  • দুৰ্গন্ধত পথচাৰীৰ হাহাকাৰ পৰিস্থিতি
  • দৃষ্টিগোচৰ নহয় পৌৰসভাৰ বিষয়া নেতৃত্বৰ ।
    চিৰাঙত ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান
Intro:চিৰাঙৰ কাজলগাঁও পৌৰ সভাত ধোৱাচাঙত স্বচ্ছ ভাৰত অভিযান। এয়া কাজলগাঁও পৌৰ সভাৰ ৩ নং ৱাৰ্ডৰ ঢালিগাঁওৰ দৃশ‍্য । ঢালিগাঁও বজাৰৰ সন্মুখত তথা বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ পৰা মাত্ৰ ২০ মিটাৰ দুৰৰ দৃশ‍্য এয়া । ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ঢালিগাঁও বজাৰ,ঢালিগাঁও থানা,বঙাইগাঁও শোধনাগাৰৰ উপনগৰীলৈ যোৱাৰ মুল পথ এয়াই । এই পথৰ সংযোগ স্থলিতেই এই ধৰনে লেতেৰা তথা পেলনীয়া পেলাই জঘন‍্য অৱস্থা । দুৰ্গন্ধত পথচোৱাৰে অহা যোৱা কৰাও এক প্ৰকাৰ অসম্ভৱ যেন লাগে । এই ঠাইতে আছে টেম্পো ষ্টেণ্ড খনো । পথচিৰীয়ে নাক মুখ ঢাকিহে অহা যোৱা কৰিব লগীয়া হয় । দৃষ্টিগোচৰ নহয় পৌৰসভাৰ বিষয়া নেতৃত্বৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।


Body:বাইট লোৱা নাই


Conclusion:স্বচ্ছ ভাৰত অভিযান মিছনৰ ফ্লপ শ্বো এয়া ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.