ETV Bharat / state

"ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ" উদযাপন চিৰাঙত - পথ সুৰক্ষা জীৱন ৰক্ষা

ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ মূল মন্ত্ৰ "পথ সুৰক্ষা জীৱন ৰক্ষা"

"ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ" উদযাপন চিৰাঙত
author img

By

Published : Feb 8, 2019, 8:04 PM IST

চিৰাং, ৮ ফেব্ৰুৱাৰীঃ চিৰাং জিলা পৰিবহণ বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচিত সহযোগিতা কৰে জিলা আৰক্ষী প্ৰশাসনে । পথ সুৰক্ষা সপ্তাহ উপলক্ষে শুকুৰবাৰে চিৰাং জিলাত জিলা পৰিবহণ বিভাগে আয়োজন কৰে এখন কাৰ ৰেলীৰ । চিৰাং জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসে শুভাৰম্ভ কৰে ৰেলীখনৰ ।

"ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ" উদযাপন চিৰাঙত
undefined

বহু কেইখন গাড়ীয়ে অংশ লোৱা এই কাৰ ৰেলী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি কাজলগাঁৱত অন্ত পৰে ।

উল্লেখ্য যে, কাজলগাঁও বজাৰৰ সমূহীয়া প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক সজাগতা সভা । এই বছৰৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ মুল মন্ত্ৰ আছিল "পথ সুৰক্ষা জীৱন ৰক্ষা"। এই বিষয় লৈ জিলা পৰিবহণ বিষয়া ধ্বজেন বসুমতাৰী, উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসকে ধৰি বহু লোকে অংশ গ্ৰহণ কৰে ।

Intro:সমগ্ৰ দেশৰ লগতে চিৰাং জিলাতো যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উদযাপন কৰে । চিৰাং জিলা পৰিবহন বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্য্যসুচিত জিলা আৰক্ষী প্ৰশাসনে সহযোগিতা কৰে । 

পথ সুৰক্ষা সপ্তাহ উপলক্ষে আজি চিৰাং জিলাত জিলা পৰিবহন বিভাগে আয়োজন কৰে এক কাৰ ৰেলীৰ । চিৰাং জিলা সদৰ উপ আৰক্ষী অধিক্ষক (ডি এচ পি) প্ৰতাপ দাসে প্ৰথমে ৰঙা ফিতা কাটী পথ সুৰক্ষা সপ্তাহৰ আৰম্ভনি কৰে আৰু পিচত সেউজীয়া পতকা জোকাৰি ৰেলিৰ শুভাৰম্ভ কৰে । 

যত কেইখন মান  গাড়ীৰ লগতে অট,টেম্পো আদিয়ে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা ৰেলি কৰি ৩১নং গ ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি ঢালিগাঁও মেইলগেট হৈ পথনৰ কাজলগাঁওলৈ যায় আৰু কাজলগাঁও বজাৰৰ সমুহীয়া প্ৰেক্ষাগৃহত এক সজাগতা সভা অনুষ্ঠিত কৰে । এই বছৰৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ মুল মন্ত্ৰ আছিল "পথ সুৰক্ষা জীৱন ৰক্ষা"।  এই বিষয় লৈ জিলা পৰিবহন বিষয়া ধ্বজেন বসুমতাৰী,উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাস সহ অন্যান্য সকলে ভাষন দিয়ে । 

বাইট : ধ্বজেন বসুমতাৰী,জিলা পৰিবহন বিষয়া চিৰাং।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : ধ্বজেন বসুমতাৰী,জিলা পৰিবহন বিষয়া চিৰাং।

Conclusion:এই বছৰৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ মুল মন্ত্ৰ আছিল "পথ সুৰক্ষা জীৱন ৰক্ষা"।  এই বিষয় লৈ জিলা পৰিবহন বিষয়া ধ্বজেন বসুমতাৰী,উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাস সহ অন্যান্য সকলে ভাষন দিয়ে । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.