ETV Bharat / state

চৌৰাগুৰিত দ খাৱৈত বাগৰিল ট্ৰাক

সোমবাৰে সন্ধিয়া চিৰাঙৰ বিজনীৰ নিকটৱৰ্তী চৌৰাগুৰিত অন্ধপ্ৰদেশৰ পৰা মাছ কঢ়িয়াই অনা এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয় ৷

চৌৰাগুৰিত দ খাৱৈত বাগৰিল ট্ৰাক
author img

By

Published : Jul 8, 2019, 7:58 PM IST

  • চৌৰাগুৰিত অন্ধ্ৰপ্ৰদেশৰ মাছ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
  • ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল দ খাৱৈত
  • অন্ধ্ৰ প্ৰদেশৰ পৰা মাছ কঢ়িয়াই ট্ৰাকখন গুৱাহাটীলৈ গৈ আছিল
  • মাছ ভৰ্তি অন্ধ্ৰপ্ৰদেশৰ ট্ৰাক খনৰ নম্বৰ এপি ১৬ টিএইচ ৫৫৪৬
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই চালক-হেণ্ডিমেনৰ অৱস্থা
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান

Intro: চিৰাঙৰ বিজনীৰ নিকটৱৰ্তি চৌৰাগুৰিত অন্ধ্ৰপ্ৰদেশৰ মাছ ভৰ্তি ট্ৰাক দুৰ্ঘটনা গ্ৰস্থ । নিয়ন্ত্ৰন হেৰুৱাই নামিল দ খাৱৈত । Body:চিৰাং জিলাৰ বিজনীৰ নিকটৱৰ্তি তথা বঙাইগাঁও জিলাৰ চৌৰাগুৰীত নিয়ন্ত্ৰণ হেৰুৱাই ১২ চকীয়া মাছ ভৰ্তি ট্ৰাক দুৰ্ঘটনা গ্ৰস্থ। অন্ধ্ৰ প্ৰদেশৰ পৰা মাছ কঢ়িয়াই ট্ৰাকখন গুৱাহাটীলৈ গৈ থকা অৱস্থাত আজি আবেলী সন্ধীয়াৰ আগে আগে নিয়ন্ত্ৰন হেৰুৱাই বাগৰি পৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ দ খাৱৈত । মাছ ভৰ্তি অন্ধ্ৰ প্ৰদেশৰ ট্ৰাক খনৰ নম্বৰ এপি১৬টিএইচ_৫৫৪৬ এতিয়ালৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক খনৰ চালকজন বা তাৰ দহযোগি চালকজনৰ বিষয়ে । আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ গাড়ীখন উদ্ধাৰৰ চেষ্টা চলাইছে । স্থানীয় লোকে জনাইছে গাড়ীৰ চালক আৰু দহকাৰী চালক জনক আহত অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰনৰ কথা যদিও কোনখন চিকিৎসালয়লৈ প্ৰেৰন কৰিছে সেয়া কোনেও নাজানে । Conclusion:আচলতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰয়োজনীয় যান-বাহন নিয়ন্ত্ৰন শাখাৰ আৰক্ষী নথকাৰ ফলত আৰু ৰাষ্ট্ৰীয় ঘাই পথচোৱাত সৃষ্টী হোৱা গাতবোৰৰ বাবেও দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় লোকে দাবী কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.