ETV Bharat / state

চিৰাঙত "ছচাইটি ফ'ৰ ব্ৰাইট ফিউছাৰ" সজাগতা সভা - sanitizer

চিৰাঙৰ বিজনীৰ পানবাৰীত বেচৰকাৰী সংস্থা "ছচাইটি ফ'ৰ ব্ৰাইট ফিউছাৰ"ৰ ক’ভিড সজাগতা সভা আৰু মাস্ক বিতৰণ ৷ পানবাৰী বজাৰত ক্ৰেতা-বিক্ৰেতাৰ মাজত মাস্ক বিতৰণ কৰি সজাগ হবৰ বাবে আহ্বান ৷

চিৰাঙত "ছচাইটি ফ'ৰ ব্ৰাইট ফিউছাৰ" সজাগতা সভা

author img

By

Published : May 17, 2021, 8:55 PM IST

বিজনী, 17 মে' : চিৰাং জিলীৰ বিজনীৰ পাণবাৰী বজাৰত 'ছচাইটি ফ'ৰ ব্ৰাইট ফিউছাৰ' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে বিজনী মহকুমা আৰক্ষী প্ৰশাসনৰ সহযোগত মাক্স আৰু ছেনিটাইজাৰ বিতৰণ কৰে ৷

কাৰ্যসূচীৰ লগত সংগতি ৰাখি ক’ভিড নীতি নিয়ম অনুসৰি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । উক্ত কাৰ্যসূচীত ১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ পৰিষদ ধনঞ্জয় বসুমতাৰী, বে-চৰকাৰী সংস্থাটোৰ সভাপতি তথা আহ্বায়ক ৰুহুল আমিন, উপ সভাপতি মেহদি আলম আৰু সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমানৰ উপৰিও বহুকেইজন কৰ্মী উপস্থিত থাকে ।

চিৰাঙত
চিৰাঙত "ছচাইটি ফ'ৰ ব্ৰাইট ফিউছাৰ" সজাগতা সভা

সজাগতা সভাত পৰিষদীয় সমষ্টিটোৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীয়ে অংশগ্ৰহণ কৰি সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ আৰু সচেতন হবলৈ আহ্বান জনায় । ইয়াৰ পিচতে সংস্থাটোৰ কৰ্মীসকলে পাণবাৰী বজাৰৰ ক্ৰেতা-বিক্ৰেতাৰ মাজত মাক্স আৰু ছেনিটাইজাৰ বিতৰণ কৰে আৰু ক’ভিড নীতি নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক : প্ৰতিখন জিলাত এজেপিয়ে গঠন কৰিব ক'ভিড সঁহাৰি কোষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.