ETV Bharat / state

সেনা-আৰক্ষীৰ জালত দুৰ্ধৰ্ষ এন ডি এফ বি(ছ)ৰ সদস্য - এন ডি এফ বি

ধৃত সদস্যগৰাকীৰ নাম লবেন মুচাহাৰী (৩৮)ওৰফে লৈথামা বুলি জনিবলৈ দিছে সেনাবাহিনীয়ে । এন ডি এফ বি(ছা)ৰ দুৰ্ধৰ্ষ সদস্য এম বড়োছাৰ ভাতৃ এই জন লবেন মুচাহাৰি ।

Chirang NDFB-s cadre arrest while in extortion
সেনা-আৰক্ষীৰ জালত দুৰ্ধৰ্ষ এন এফ বি(ছ)ৰ সদস্য
author img

By

Published : Jan 3, 2020, 10:47 AM IST

Updated : Jan 3, 2020, 3:14 PM IST

চিৰাং, 3 ডিচেম্বৰঃ চিৰাঙত দুৰ্ধৰ্ষ এন ডি এফ বি(ছা)ৰ সদস্য গ্ৰেপ্তাৰ । দাবীকৰা ধন নিবলৈ আহি সেনা-আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ সদস্যজন । সেনা সুত্ৰে প্ৰকাশ কৰে যে এন ডিএফবি(ছা)ৰ ধন দাবী সন্দৰ্ভত পুৰ্বৰে পৰা অৱগত আছিল সেনা-আৰক্ষীৰ দল । আৰু এই দাবীকৃত ধন নিবলৈ অহাৰ তথ্য লাভ কৰি সেনা-আৰক্ষীয়ে খাপ লৈ থাকোতেই চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ দাদগিৰি আৰক্ষী চকীৰ আইপোৱালীৰ পৰা গ্ৰেপ্তাৰ কৰা কৰে এন ডি এফ বিৰ সদস্য জনক ৷

ধৃত সদস্যগৰাকীৰ নাম লবেন মুচাহাৰী (৩৮)ওৰফে লৈথামা বুলি জনিবলৈ দিছে সেনাবাহিনীয়ে । এন ডি এফ বি(ছা)ৰ দুৰ্ধৰ্ষ সদস্য এম বড়োছাৰ ভাতৃ এই জন লবেন মুচাহাৰি । গ্ৰেপ্তাৰৰ সময়ত সদস্য জনৰ পৰা বুজন পৰিমাণৰ ভাৰতীয় আৰু ভূটানী নগদ ধন উদ্ধাৰ কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে, বিগত এক জানুৱাৰীৰ নিশাও সেনা-আৰক্ষীয়ে জিলাখনৰ বেংতল আই নৈৰ পাৰৰ পৰা মাৰণাস্ত্ৰ সহ দুজন লিংকমেন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

Intro:চিৰাঙত দুৰ্ধৰ্ষ এন ডি এফ বি(ছা)ৰ সদস্য গ্ৰেপ্তাৰ । দাবীকৃত ধন নিবলৈ আহি সেনা-আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ সদস্যজন । সেনা সুত্ৰে প্ৰকাশ কৰে যে এন ডিএফবি(ছা)ৰ ধন দাবী সন্দৰ্ভত পুৰ্বৰে পৰা অৱগত আছিল সেনা-আৰক্ষীৰ দল । আৰু এই দাবীকৃত ধন নিবলৈ অহাৰ তথ্য লাভ কৰি সেনা-আৰক্ষীয়ে খাপ লৈ থাকোতেই চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ দাদগিৰি আৰক্ষী চকীৰ আইপোৱালীৰ পৰা গ্ৰেপ্তাৰ কৰা সদস্য জনৰ নাম লবেন মুচাহাৰী (৩৮)ওৰফে লৈথামা বুলি জনায় সেনাবাহিনীয়ে । এন ডি এফ বি(ছা)ৰ দুৰ্ধৰ্ষ সদস্য এম বড়োছাৰ ভাতৃ এই জন লবেন মুচাহাৰি । গ্ৰেপ্তাৰৰ সময়ত সদস্য জনৰ পৰা বুজন পৰিমানৰ ভাৰতীয় আৰু ভূটানী নগদ ধন উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এইখিনিতে উল্লেখ্য যে যোৱা এক জানুৱাৰীৰ নিশাও সেনা-আৰক্ষীয়ে জিলাখনৰ বেংতল আই নৈৰ পাৰৰ পৰা মাৰনাস্ত্ৰ সহ দুজন লিংকমেন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙত দুৰ্ধৰ্ষ এন ডি এফ বি(ছা)ৰ সদস্য গ্ৰেপ্তাৰ । দাবীকৃত ধন নিবলৈ আহি সেনা-আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ সদস্যজন ।

Conclusion:চিৰাঙত দুৰ্ধৰ্ষ এন ডি এফ বি(ছা)ৰ সদস্য গ্ৰেপ্তাৰ । দাবীকৃত ধন নিবলৈ আহি সেনা-আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ সদস্যজন ।
Last Updated : Jan 3, 2020, 3:14 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.