ETV Bharat / state

চিৰাঙৰ দৈমুগুৰিত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ NDFB সদস্য ৰাজু ব্ৰহ্ম - চিৰাং

আৰক্ষীয়ে এন ডি এফ বি (ছা)ৰ সদস্য জনৰ পৰা প্লাষ্টিকত মেৰিয়াই থোৱা বিদেশত নিৰ্মিত এক নলা বন্দুক, AK47 ৰ দহ জাই সজীৱ গুলি, এটা গ্ৰেনেড উদ্ধাৰ কৰে। সম্প্ৰতি পানবাৰী থানাত জেৰা অব্যাহত  ৰাখিছে  আৰক্ষীয়ে ।

মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ NDFB সদস্য
author img

By

Published : Oct 13, 2019, 4:48 PM IST

চিৰাং, 13 অক্টোবৰ: চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত সেনা-আৰক্ষী আৰু চি আৰ পিফৰ এক যৌথ অভিযানত গ্ৰেপ্তাৰ হয় দৈমুগুৰি গাঁওৰ ৰাজু ব্ৰহ্ম (৩০) নামৰ এজন এন ডি এফ বি (ছা)ৰ সদস্য । আৰক্ষীয়ে এন ডি এফ বি (ছা)ৰ সদস্য জনৰ পৰা প্লাষ্টিকত মেৰিয়াই থোৱা বিদেশত নিৰ্মিত এক নলা বন্দুক, AK47 ৰ দহ জাই সজীৱ গুলি, এটা গ্ৰেনেড উদ্ধাৰ কৰে। সম্প্ৰতি পানবাৰী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ NDFB সদস্য
তথ্য অনুসৰি, ইয়াৰ পূৰ্ব্বতেও বাঘ মৰাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এই সদস্যজন । এই ঘটনাৰ ৩মাহ মাৰ নাযাওতেই আকৌ ৰঙা ঘৰৰ আলহী হ'ল ৰাজু ব্ৰক্ষ্ম। উল্লেখ্য যে, বিলাসীপাৰা আৰক্ষীয়ে শনিবাৰে মাৰনাস্ত্ৰ সহ আটক কৰা সুনিলাল বড়োৰ স্বীকাৰোক্তিত ৰাজু ব্ৰক্ষ্মৰ বাসগৃহত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৰাজু ব্ৰক্ষ্মক। আৰক্ষীয়ে জানিব দিয়া মতে, ৰাজু ব্ৰক্ষ্ম এন ডি এফ বি(ছা)ৰ লিঙ্কমেন হৈ কাম চলাই আছিল ।

Intro:চিৰাঙৰ পানবাৰীৰ দৈমুগুৰিত সেনা-আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ ৰাজু ব্ৰহ্ম নামৰ এন ডি এফ বি (ছা)ৰ সদস্য গ্ৰেপ্তাৰ ।

Body:চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত সেনা-আৰক্ষী আৰু চি আৰ পিএফে যৌথ অভিযান চলাই দৈমুগুৰি গাঁওৰ ৰাজু ব্ৰহ্ম (৩০) নামৰ এজন এন ডি এফ বি (ছা)ৰ সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । সদস্য জনৰ পৰা প্লাষ্টিকত মেৰিয়াই থোৱা বিদেশত নিৰ্মত এক নলা বন্দুক, একে৪৭ৰ দহ জাই সজিৱ গুলি,এটা গ্ৰেনেড উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি মাৰনাস্ত্ৰ সহ উগ্ৰপন্থী সদস্য জনক পানবাৰী থানাত অধিক জেৰা চলাই আছে আৰক্ষীয়ে ।

ইয়াৰ পূৰ্ব্বতেও বাঘ মৰাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এইজন ৰাজু ব্ৰহ্ম । ৩মাহ মাৰ নাযাওতেই আকৌ ৰঙা ঘৰৰ আলহি হ'ল ৰাজু ব্ৰক্ষ্ম।
উল্লেখ যে বিলাসিপাৰা আৰক্ষীয়ে শনিবাৰে মাৰনাস্ত্ৰ সহ আটক কৰা সুনিলাল বড়োৰ শিকাৰোক্তিত ৰাজু ব্ৰক্ষ্মৰ বাসগৃহত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৰাজু ব্ৰক্ষ্মক। আৰক্ষীয়ে জানিব দিয়া মতে ৰাজু ব্ৰক্ষ্ম এন ডি এফ বি(ছা)ৰ লিঙ্কমেন হৈ কাম চলাই আছিল দীৰ্ঘদিনৰ পৰা অঞ্চলটোত।

Byte:- SP- CHIRANG.

Conclusion:এইখিনিতে উল্লেখ কৰিব পাৰি যে যোৱা কিছু দিনৰ পৰা চিৰাং জিলাত পুনৰ উগ্ৰ পন্থি সংগঠন এন ডি এফ বি (ছা)ৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । সেয়ে সেনা-আৰক্ষীৰ অভিযানো অধিক কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.