ETV Bharat / state

চিৰাঙত স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সভা - health department

চিৰাঙত ৬ জন জাপানিজ এনকেফেলাইটিছ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে ৩২ জন মেলেৰীয়া ৰোগী চিনাক্ত হৈছে ৷ শনিবাৰে উচ্চস্তৰীয় সভা অনুষ্ঠিত কৰি এই সম্পৰ্কে আলোচনাত মিলিত হয় স্বাস্থ্য বিভাগৰ কেইবাজনো উচ্চ পৰ্যায়ৰ বিষয়া ।

চিৰাঙত স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সভা
author img

By

Published : Jul 20, 2019, 7:39 PM IST

চিৰাং,20জুলাইঃ শনিবাৰে চিৰাং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সভাকক্ষত এক উচ্চস্তৰীয় গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত বিশেষকৈ মেলেৰীয়া প্ৰৱন অঞ্চল ভাৰত-ভূটান সীমান্তৰ স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত এলেকা সমূহত অধিক গুৰুত্বসহকাৰে তেজ পৰীক্ষা কৰা আৰু এই বিষয়ে সজাগতা বৃদ্ধি আৰু প্ৰতিৰোধৰ বাবে কাম কৰাৰ ওপৰত আলোচনা আগবঢ়োৱা হয় । বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ সুব্ৰত শৰ্মা, চিৰাং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ দিগেন্দ্ৰ ৰামচিয়াৰীৰ লগতে জিলাখনৰ বহুকেইজন বিষয়া উপস্থিত থাকে ।

চিৰাঙত স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় সভা

চিৰাঙত ইতিমধ্যে ১৩ জন লোক জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে তাৰে ৬ জনকৈ লোক জাপানিজ এনকেফেলাইটিছ ৰোগী বুলি নিশ্চিত হৈছে । এই 6 জনৰ পাঁচ জনেই ইতিমধ্যে আৰোগ্য হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷

Intro: চিৰাঙত ৬ জন জাপানিজ এনকেফেলাইটিছ ৰোগী চিনাক্ত,৩২ জন মেলেৰীয়া ৰোগী চিনাক্ত, উচ্চস্থৰীয় সভা অনুষ্টিত । Body:চিৰাং জিলাত ইতিমধ্যে ১৩ জন লোক জাপানিজ এনকেফেলাইটিছ সদৃস ৰোগী চিনাক্ত হয় আৰু তাৰে ৬ জনকৈ লোক জাপানিজ এনকেফেলাইটিছ ৰোগি বুলি নিশ্চিত হয় । যোৱা জুন-জুলাই মাহত এই ছয় জন ৰোগী চিনাক্ত হয় । চিৰাং জিলাৰ জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগী সকল ক্ৰমে ৰুনিখাতাৰ হিমেশ শৰ্মা, তুলসিঝোৰ জাহাঙ্গীৰ আলী,
লক্ষ্মিঝোৰাৰ ব্ৰজবাসী মণ্ডল, ৰাঙীঝোৰাৰ ৰিংকুমনি বসুমতাৰী, অক্সিগুৰিত অগ্ৰঙৰ ফুলমালা সৰকাৰ,
পানবাৰীৰ ভৱানি ৰয় । এই ছয় জনৰ পাঁচ জনেই ইতিমধ্যে আৰোগ্য পাভ কৰিছে আৰু তুলসিঝোৰাৰ জাহাঙ্গীৰ আলী নামৰ ৰোগীজন গুৱাহাটীৰ এক্সেল কেয়াৰত চিকিৎসাধীন আছে এতিয়াও ।
এই সন্দৰ্ভত আজি চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সভাকক্ষত এক উচ্চস্থৰীয় গুৰুত্বপুৰ্ণ সভা অনুষ্টিত হয় । সভাত বিশেষকৈ মেলেৰীয়া প্ৰৱন অঞ্চল ভাৰত-ভূটান সীমান্তৰ বৃহত্তৰ শান্তিপুৰ আৰু জাপানিজ এনকেফেলাইটিছ আক্ৰান্ত অঞ্চল বিজনীৰ উত্তৰে বল্লামগুৰি স্বাস্থ্যকেন্দ্ৰৰ এলেকা সমুহত অধিক গুৰুত্বৰে তেজ পৰিক্ষা কৰাৰ প্ৰতি গুৰুত্ব দিয়ে আৰু এই বিষয়ে সজাগতা বৃদ্ধি আৰু প্ৰতিৰোধৰ বাবে কাম কৰাৰ প্ৰতিয়ো গুৰুত্ব দিয়ে । বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডা° সুব্ৰত শৰ্মা, চিৰাং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° দিগেন্দ্ৰ ৰামচিয়াৰী, জে এচ বি অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডা° মনোজ দাস, জিলা মেলেৰীয়া বিষয়া ডা° সৈলেন কাকতি, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা মেডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদ সহ জিলাখনৰ অন্যান্য বিষয়া সকলেও উপস্থিত থাকে ।

বাইট দুটা দিলো ।Conclusion:চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ অঞ্ৱল সমুহত প্ৰতি বছৰেই ব্যাপক হাৰত মেলেৰীয়া ৰোগী ধৰা পৰে এই ক্ষেত্ৰত চৰকাৰী ভাৱে যি ধৰনে ব্যৱস্থা লব লাগিছিল সেয়া আজিলৈ লোৱা পৰিলক্ষিত হোৱা নাই । একেদৰে জাপানিজ এন কে ফেলাইটিছৰ ক্ষেত্ৰতো স্বাস্থ্য বিভাগৰ বিভাগীয় যিমান সজাগতা বা প্ৰতিৰোধৰ ব্যৱস্থা লব লাগিছিল সেয়াও পৰিক্ষিত হোৱা নাই বুলি সমালোচনা হোৱা পৰিলক্ষিত হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.