ETV Bharat / state

কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত বেবিকেয়াৰ কক্ষ উদ্বোধন - জে এচ বি অসামৰিক চিকিৎসালয়ত বেবিকেয়াৰ কক্ষ উদ্বোধন

সোমবাৰে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জে এচ বি অসামৰিক চিকিৎসালয়ত বেবিকেয়াৰ কক্ষৰ শুভ উদ্বোধন কৰে বিটিআৰ ৰ প্ৰধান প্ৰমোদ বড়োৱে ৷

As_Chg_02_Chirang JSB Civil Baby care inaugurate_vis_10012
কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত বেবিকেয়াৰ কক্ষ উদ্বোধন
author img

By

Published : Feb 15, 2021, 10:23 PM IST

চিৰাং,15 ফেব্ৰুৱাৰী: সোমবাৰে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত জে এচ বি অসামৰিক চিকিৎসালয়ত বেবিকেয়াৰ কক্ষৰ শুভ উদ্বোধন কৰে বিটিআৰ ৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ এই বেবিকেয়াৰ কক্ষই নৱজাতকৰ মৃত্যৰ হ্ৰাস কৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷

বিশেষকৈ নামনি অসমত নৱজাত শিশুৰ মৃত্যুৰ হাৰ বহু বেছি গতিকে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে কাম কৰিবলগীয়া আছে। নতুনকৈ পেৰেলাইছিছ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৷ গতিকে আমি ইয়াৰ কাৰণ সমুহ ভালদৰে ওলিয়াই ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব বুলিও কয় বড়োয়ে।

কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত বেবিকেয়াৰ কক্ষ উদ্বোধন

তেওঁ আৰু কয় যে, স্বাস্থ্য বিভাগৰ বিভিন্ন ক্ষেত্ৰত থকা অসুবিধা সমুহ আমি আতৰ কৰাৰ চেষ্টা কৰিছো । যি সমুহ আমি নোৱাৰিম সেই সমুহ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে কৰা হ’ব । উল্লেখ্য যে চিকিৎসালয় খনত এজন শিশু বিশেষজ্ঞ আছে আৰু এজন দিয়া হ’ব বুলিও উল্লেখ কৰে প্ৰমোদ বড়োই ।

As_Chg_02_Chirang JSB Civil Baby care inaugurate_vis_10012
কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত বেবিকেয়াৰ কক্ষ উদ্বোধন

এই উদ্বোধনী অনুষ্ঠানত বিটিআৰ মুখ্য প্ৰমোদ বড়োৰ লগতে বিটিআৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহি সদস্য অৰূপ দে, জিলা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মছাহাৰী, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰাতুল বৰদলৈ সহ বহু সংখ্যক চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক-অগপক ৪০খন আসন লাগিবই: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.