ETV Bharat / state

সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাচি আছে-ৰিপুন বৰা - সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাছি আছে-ৰিপুন বৰা

চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিজনীৰ গেৰুকাবাৰীত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টি আৰু মানিকপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই জনজাগৰণ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,মুখপাত্ৰ কমল মেধিসহ ভালেসংখ্যক নেতা কৰ্মীয়ে যোগদান কৰে। গেৰুকাবাৰীৰ সমূহীয়া কেন্দ্ৰত প্ৰথমে এখন সভা সম্বোধন কৰি সভাপতি বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰি নাগৰিকত্ব সংশোধনী আইন কোনো মতেই মানি লোৱা নহ'ব বুলি কয় ।

CHIRANG JANAJAGARAN JATRA, RIPUN BORA CRITICIZE ON COM ETV BHARAT
সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাছি আছে
author img

By

Published : Jan 8, 2020, 7:30 PM IST

Updated : Jan 8, 2020, 7:38 PM IST

চিৰাং, 8 জানুৱাৰীঃ বিজেপিয়ে ৰাইজক ব্লেকমেইল কৰে ৷ বিজেপিৰ সভালৈ মানুহক দাবী ধমকি দি আনে ৷ এই গুৰুতৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ চিৰাঙৰ বিজনীত বুধবাৰে কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা অনুষ্ঠিত হয়। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰদেশ কংগ্ৰেছে যোৱা ২২ ডিচেম্বৰৰ পৰা শদিয়াৰ পৰা আৰম্ভ কৰা এই জনজাগৰণ যাত্ৰা ১১ জানুৱাৰীত ধুবুৰীত সমাপ্ত হ'ব।

CHIRANG JANAJAGARAN JATRA, RIPUN BORA CRITICIZE ON COM ETV BHARAT
জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰা একাংশ ৰাইজ
চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী বিজনীৰ গেৰুকাবাৰীত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টি আৰু মানিকপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই জনজাগৰণ যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,মুখপাত্ৰ কমল মেধিসহ ভালেসংখ্যক নেতা কৰ্মীয়ে যোগদান কৰে। গেৰুকাবাৰীৰ সমূহীয়া কেন্দ্ৰত প্ৰথমে এখন সভা সম্বোধন কৰি সভাপতি বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰি নাগৰিকত্ব সংশোধনী আইন কোনো মতেই মানি লোৱা নহ'ব বুলি কয় । কংগ্ৰেছ দলে ৰাজ্যসভা আৰু লোকসভাত এই আইনৰ বিৰোধিতা কৰিছিল তাৰ পিচতো বিজেপিয়ে গাৰ বল দেখুৱাই গৃহিত কৰিলে সেয়ে আজি অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কংগ্ৰেছে অসমৰ সাধাৰণ জনতাৰ সহযোগত এই জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছে বুলি কয়। সভাত কমল মেধিয়ে নিজৰ ভাষণত কয় যে অসমত জাতিদ্ৰোহীৰ টপ টেনৰ তালিকাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল প্ৰথম,হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়,অতুল বৰা তৃতীয়,কেশৱ মহন্ত চতুৰ্থ আৰু ফণীভূষণ চৌধুৰী পঞ্চম বুলি কোৱাৰ লগতে কয় যে,নিজে কোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই ইমানেই পাপ কৰিলে যে মানুহৰ অভিশাপৰ ফলত তেওঁ কোনো দিনেই মুখ্য মন্ত্ৰী হ'ব নোৱাৰিব ৷
সৰ্বানন্দ সোণোৱালে বান্দৰ নাচ নাচি আছে-ৰিপুন বৰা
ইয়াৰ পিচতে সমদল কৰি বিজনী বৰবজাৰ ব্লক কংগ্ৰেছ কাৰ্যালয়লৈ যায় আৰু চিৰাঙৰ কাৰ্গিল বজাৰত বৰবজাৰ ব্লক কংগ্ৰেছে আয়োজন কৰা জনজাগৰণ সভাত অংশগ্ৰহণ কৰে। ৰিপুন বৰাই সংবাদ মাধ্যমক কয় যে অমিত শ্বাহে কোৱাৰ দৰে নাগৰিকত্ব সংশোধনী আইনৰ পৰা তিলমানো বিৰত নহয় কংগ্ৰেছ দল, একেদৰে ৰিপুন বৰাই কয় যে আমিও অসমবাসীয়ে কোনো এজন বিদেশীক এক ইঞ্চি মাটিও নিদিও। মুখ্যমন্ত্ৰীয়ে বান্দৰ নাচ দিছে বিজেপিৰ কথা মতে। বিজেপিয়ে আয়োজন কৰা শান্তি সভাত হাজিৰা দি মানুহ আনে বুলি অভিযোগ কৰে ৰিপুন বৰাই । বিভিন্ন শিতানৰ আঁচনিৰ হিতাধিকাৰী সকলক ভয় ভীতিৰে বিজেপিৰ সভালৈ অনাৰ কথাও কয় সভাপতিজনে । কিন্ত বিজেপিৰ সভালৈ বাধ্যত পৰি যোৱা লোকসকলৰ অন্তৰ কংগ্ৰেছৰ লগত থকাৰ দাবী কৰে ।

শদিয়াৰ পৰা আৰম্ভ কৰা জনজাগৰণ যাত্ৰা ১১ জানুৱাৰীত ধুবুৰীত সমাপ্ত হ'ব

আনহাতে দিল্লীৰ জে এন ইউৰ ঘটনাক তীব্ৰ গৰিহণা দি কয় যে এয়া বিজেপিৰ পক্ষপাতিত্বমূলক কাৰ্য,ফেচিবাদী চৰিত্ৰ ওলাই পৰিছে। দেশৰ ৰাজধানীত বিশ্বৰ উন্নত এখন বিশ্ববিদ্যালয়ত হোৱা এনে ঘটনাই প্ৰমাণ দিয়ে যে তাতেই ছাত্ৰ আৰু শিক্ষকৰ নিৰাপত্তা নাই, গতিকে দেশৰ আন ঠাইত কি হ'ব পাৰে বুলিও কয় । দিল্লী পুলিচৰ সন্মুখত এবিভিপিয়ে এই আক্ৰমণ কৰাৰ পিচতো পুলিছে চাই থাকিব লগা হৈছে । গতিকে কংগ্ৰেছে এই ঘটনাৰ বাবে দণ্ডাধীশৰ তদন্তৰ দাবী জনায়।

লগতে চাওকঃনৰেন্দ্ৰ মোডী আধুনিক জিন্নাঃ তৰুণ গগৈ

Intro:চিৰাঙৰ বিজনীত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা। অসম আৰু অসমীয়াৰ অস্থিত্ব ৰক্ষাৰ বাবে প্ৰদেশ কংগ্ৰেছেে যোৱা ২২ ডিচেম্বৰ শদিয়াৰ পৰা আৰম্ভ কৰা এই জনজাগৰন যাত্ৰা ১১ জানুৱাৰীত ধুবুৰীত সমাপ্ত কৰিব ।

Body:চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তি বিজনীৰ গেৰুকাবাৰীত উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টী আৰু মানিকপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই জনজাগৰন যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,মুখপাত্ৰ কমল মেধি সহ ভালেসংখ্যক নেতা কৰ্মিয়ে যোগদান কৰে । গেৰুকাবাৰীৰ সমুহীয়া কেন্দ্ৰত প্ৰথমে এক সভা সম্ভোধন কৰি সভাপতি বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰি নাগৰিকত্ব সংশোধনি আইন কোনো মতেই মানি লোৱা নহব বুলি কয় । কংগ্ৰেছ দলে ৰাজ্য সভা আৰু লোকসভাত এই আইনৰ বিৰোধিতা কৰিছিল তাৰ পিচতো বিজেপিয়ে গাৰ বল দেখুৱাই গৃহিত কৰিলে সেয়ে আজি অসম আৰু অসমীয়াৰ অস্থিত্ব ৰক্ষাৰ বাবে কংগ্ৰেছে অসমৰ সাধাৰন জনসাধাৰনৰ সহযোগত এই জনজাগৰন যাত্ৰা আৰম্ভ কৰিছে । সভাত কমল মেধিয়ে নিজৰ ভাষনত কয় যে অসমত জাতীদ্ৰোহি ৰ টপটেনৰ তালিকাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল প্ৰথম,হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়,অতুল বৰা তৃতিয়,কেশৱ মহন্ত চতুৰ্থ আৰু ফণীভূষন চৌধুৰী পঞ্চম বুলি কোৱাৰ লগতে কয় যে নিজে কোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই ইমানেই পাপ কৰিলে যে মানুহৰ অভিশাপৰ ফলত তেওঁ কোনো দিনেই মুখ্য মন্ত্ৰী হব নোৱাৰিব বুলিও কয় ।

তাৰ পিচতে সমদল কৰি বিজনী হে বৰবজাৰ ব্লক কংগ্ৰেছ কাৰ্য্যালয়লৈ যায় আৰু চিৰাঙৰ কাৰ্গিল বজাৰত বৰবজাৰ ব্লক কংগ্ৰেছে আয়োজন কৰা জনজাগৰন সভাত অংশগ্ৰহন কৰে ।

বাইট : ৰিপুন বৰা,প্ৰদেশ কংগ্ৰেছ সভাপতি ।

Conclusion:ৰিপুন বৰাই সংবাদ মাধ্যমক কয় যে অমিত শাহে কোৱাৰ দৰে নাগৰিকত্ব সংশোধনি আইনৰ পৰা তিলমানো বিৰত নহয় একেদৰে ৰিপুন বৰাই কয় যে আমিও অসম বাসীয়ে কোনো এজন বিদেশীক এক ইঞ্চি মাটীও নিদিও । মুখ্যমন্ত্ৰীয়ে বান্দৰ নাচ দিছে বিজেপিৰ কথা মতে । বিজেপিয়ে আয়োজন কৰা শান্তি সভাত হাজিৰা দি টকাৰে মানুহ আনে বুলি অভিযোগ কৰে ৰিপুন বৰাই । বিভিন্ন শিতানৰ হিতাধিকাৰী সকলক ভয় ভীতিৰে বিজেপিৰ সভালৈ অনাৰ কথাও কয় সভাপতিজনে । কিন্ত বিজেপিৰ সভালৈ বাধ্যত পৰি যোৱা লোক সকলৰ অন্তৰ কংগ্ৰেছৰ লগত থকাৰ দাবী কৰে । দিল্লীৰ জে এন ইউৰ ঘটনাক তিব্ৰ গৰিহনা দি কয় যে এয়া বিজেপিৰ পক্ষপাতিত্বমুলক কাৰ্য্য,ফেচিবাদী চৰিত্ৰ ওলাই পৰিছে । দেশৰ ৰাজধানীত বিশ্বৰ উন্নত এখন বিশ্ববিদ্যালয়ত হোৱা এনে ঘটনাই প্ৰমান দিয়ে যে তাতেই ছাৰ্ত শিক্ষকৰ নিৰাপত্তা নাই গতিকে দেশৰ আন ঠাইত কি হব পাৰে বুলিও কয় । দিল্লী পুলিচৰ সন্মুখত এবিভিপিয়ে এই আক্ৰমন কৰিছে । গতিকে কংগ্ৰেছে এই ঘটনাৰ বাবে উচ্চ পৰ্য্যায়ৰ দণ্ডাধিশৰ তদন্তৰ দাবী জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jan 8, 2020, 7:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.