ETV Bharat / state

চিৰাঙত জব্দ চোৰাং কাঠ

author img

By

Published : Sep 1, 2019, 3:36 PM IST

চিৰাঙত চোৰাং কাঠসহ টাটা মোবাইল গাড়ী জব্দ আৰক্ষীৰ ৷ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰা বেংতলৰ পৰা সৰবৰাহ কাঠখিনি ৷ সৌমখোৰ বসুমতাৰী নামৰ চোৰাং কাঠ ব্যৱসায়ী জনৰ কাঠ বুলি জানিব পৰা গৈছে ৷ ব্যৱসায়ী জন আৰক্ষীৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হয় ।

চিৰাঙত জব্দ চোৰাং কাঠ

চিৰাং, 1 চেপ্তেম্বৰঃ

চিৰাঙত জব্দ চোৰাং কাঠ
  • চিৰাঙত চোৰাং কাঠসহ টাটা মোবাইল গাড়ী জব্দ
  • বন বিভাগৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে কাঠ সহ টাটা মোবাইল খন
  • ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পৰা বেংতলৰ পৰা সৰবৰাহ কাঠখিনি
  • সৌমখোৰ বসুমতাৰী নামৰ চোৰাং কাঠ ব্যৱসায়ী জনৰ কাঠ বুলি জানিব পৰা গৈছে
  • ব্যৱসায়ী জন আৰক্ষীৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হয়
  • একে দৰেই যোৱা শনিবাৰে বন বিভাগে সীমান্তৰ দেউশ্ৰীৰ পৰা 33 খন মহৰ গাড়ী ভৰ্তি চোৰাং কাঠৰ কুণ্ডা, এজন লোকসহ চাৰিটা মহ, চাৰিটা মেথোন জব্দ কৰিবলৈ সক্ষম হৈছিল

Intro:চিৰাঙত চোৰাং কাঠ সহ টাটা মোবাইল জব্দ আৰক্ষীৰ । বন বিভাগৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে কাঠ সহ টাটা মোবাইল খন ।

Body:চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত এংকৰবাৰীৰ পৰা লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ সহ টাটা মোবাইল জব্দ । বন বিভাগৰ তথ্যৰ ভিত্তিত ঢালিগাঁও থানাৰ আৰক্ষীয়ে জব্দ কৰে গাড়ীখন । নিতৌ চিৰাং জিলাৰ ৰুনিখাতা থানাৰ ভিতৰুৱা তথা ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চলৰ পৰা বেংতল আৰক্ষী চকীৰ সন্মুখেৰে এই দৰেই লাখ লাখ টকাৰ চোৰাং কাঠ সহ গাড়ী সমুহ পাৰ হয় । জিলাখনৰ সৌমখোৰ বসুমতাৰী নামৰ চোৰাং কাঠ ব্যৱসায়ী জনৰ কাঠ বুলি জানিব পৰা গৈছে জব্দকৃত কাঠ সহ টাটা মোবাইল গাড়ীখন । ব্যৱসায়ী জন আৰক্ষীৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হয় । চাৰিটা কুণ্ডা সহ জব্দ গাড়ীখন ।

Conclusion:আৰক্ষীয়ে অহা সোমবাৰে গতাই দিব বন বিভাগক । এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱা কিছুদিন পুৰ্বে আৰক্ষীয়ে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ পৰা প্ৰায় ৫০ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছিল । একে দৰেই যোৱা শনিবাৰে বন বিভাগে সীমান্তৰ দেউশ্ৰিৰ পৰা ৩৩ খন মহৰ গাড়ী ভৰ্তি চোৰাং কাঠৰ কুণ্ডা,এজন লোক সহ চাৰিটা মহ,চাৰিটা মেথোন জব্দ কৰিবলৈ সক্ষম হৈছিল ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.