ETV Bharat / state

বিপিএফৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাৰ বাবে কাজলগাঁৱত উপস্থিত হাগ্ৰামা মহিলাৰী

author img

By

Published : Mar 19, 2020, 6:50 PM IST

বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে প্ৰকাশ কৰিবলগীয়া বিপিএফৰ দলীয় ইস্তাহাৰ সন্দৰ্ভত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত থাকে বিটিচি প্ৰধানগৰাকী ৷ সভাত দলটোৰ ইস্তাহাৰত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব সেই সম্বন্ধে সাংবাদিকৰ আগত ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

Chirang hagrama mahilary on CWC meeting
বিপিএফৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাৰ বাবে কাজলগাঁৱত উপস্থিত হাগ্ৰামা মহিলাৰী

চিৰাং,19 মাৰ্চঃ বৃহস্পতিবাৰে চিৰাং জিলাৰ কাজলগাঁৱত উপস্থিত হয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ৷ বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে প্ৰকাশ কৰিবলগীয়া বিপিএফৰ দলীয় ইস্তাহাৰ সন্দৰ্ভত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাত উপস্থিত থাকে বিটিচি প্ৰধানগৰাকী ৷ সভাত দলটোৰ ইস্তাহাৰত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব সেই সম্বন্ধে সাংবাদিকৰ আগত ব্যক্ত কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ এই ইস্তাহাৰত বিটিচিৰ অন্তৰ্ভূক্ত প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাৰ কথা অন্তৰ্ভূক্ত কৰা হৈছে ৷ বিটিচি অঞ্চলত থকা আত্মসমৰ্পনকাৰী সশস্ত্ৰ সংগঠনসমূহৰ সদস্যসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ইয়াৰ উপৰিও বিপিএফ দলৰ এই নিৰ্বাচনী ইস্তাহাৰখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱাৰ কথা ব্যক্ত কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

লগতে পঢ়ক-বি টি চি নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰিব নৱ শৰণীয়াৰ দলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.