ETV Bharat / state

চিৰাঙত অপৰিৱৰ্তিত বান পৰিস্থিতি

author img

By

Published : Jul 12, 2020, 8:42 PM IST

ভূটানত অত্যাধিক মাত্ৰাত বৰষুণ হোৱাৰ ফলত ভূটানৰ পৰা পানী নামি আহি চিৰাং জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

chirang-flood-situation-out-of-controll
চিৰাঙত অপৰিৱৰ্তীত বান পৰিস্থিতি

চিৰাঙ,12 জুলাইঃ চিৰাঙৰ বান পৰিস্থিতিয়ে ক্ৰমান্বয়ে অধিক শোচনীয় ৰূপ লৈছে । নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ ফলত স্থানীয় লোকৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে । ভূটানতো অত্যাধিক মাত্ৰাত বৰষুণ হোৱাৰ ফলত পানী নামি আহি চিৰাং জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

চিৰাঙত অপৰিৱৰ্তীত বান পৰিস্থিতি

ইপিনে দেওবাৰেও এচ ডি আৰ এফে ঠায়ে ঠায়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । তাৰ বিপৰীতে শ শ গাঁও এতিয়াও বানত প্লাবিত হৈয়ে আছে । আই নদী, মাক্ৰা নদী, নাঙলভাঙা নদীৰ বাঢ়নি পানীয়ে ভয়ানক ৰূপ ধাৰণ কৰা দেখা গৈছে । ইতিমধ্যে মন্ত্ৰী চন্দন ব্ৰহ্মই বিগত কেইবাদিনৰ পৰা বান পৰিস্থিতিৰ বুজ লৈ আছিল ৷ সম্প্ৰতি চিৰাঙৰ বান পৰিস্থিতি নিয়ন্ত্ৰনলৈ অহা নাই বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

chirang-flood-situation-out-of-controll
চিৰাঙত অপৰিৱৰ্তীত বান পৰিস্থিতি

লগতে পঢ়কঃ গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰৰ জলস্তৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.