ETV Bharat / state

দৈজিং মহোৎসৱৰ মনোমোহা পৰিৱেশত অনুষ্ঠান পৰিৱেশন বলীউডৰ শিল্পীৰ

12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিৰাঙৰ দৈজিং মহোৎসৱত সমাহাৰ ঘটিছে বলীউডৰ নামী দামী তাৰকাৰ ৷ নীতি মোহন,বাচ্চা য়াদৱ আৰু মিকা সিঙৰ সংগীতৰ অনুষ্ঠানে মুগ্ধ কৰে উপস্থিত সহস্ৰাধিক দৰ্শক তথা অনুৰাগীক ।

দৈজিং মহোৎসৱ
12 দিনীয়া কাৰ্যসূচী
author img

By

Published : Jan 5, 2020, 4:43 AM IST

Updated : Jan 5, 2020, 9:29 AM IST

চিৰাং,5 জানুৱাৰীঃ ক্ৰমাৎ মনোমোহা হৈ উঠিছে চিৰাঙৰ আই নদীৰ পাৰ ৷ 12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিৰাঙৰ দৈজিং মহোৎসৱত সমাহাৰ ঘটিছে বলীউডৰ নামী দামী তাৰকাৰ ৷ নীতি মোহন,বাচ্চা য়াদৱ আৰু মিকা সিঙৰ সংগীতৰ অনুষ্ঠানে মুগ্ধ কৰে উপস্থিত সহস্ৰাধিক দৰ্শক তথা অনুৰাগীক । প্ৰচণ্ড শীতকো নেওচি হাজাৰ-হাজাৰ লোকে উপভোগ কৰিলে শিল্পীসকলৰ সংগীতানুষ্ঠান ।

দৈজিং মহোৎসৱ
মনোমোহা দৈজিং মহোৎসৱ

উল্লেখ্য যে,অনুষ্ঠানৰ শেষত নীতি মোহনে জয় আই অসম ধ্বনি দি জয় কৰে ৰাইজৰ মন ৷ সম্প্ৰতি দৈজিং মহোৎসৱক কেন্দ্ৰ কৰি জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চাপাগুৰি,ঢালিগাঁও আৰু বঙাইগাঁওৰ পথসমূহত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ ৷ কিন্তু নিশা প্ৰায় ১১.৩০ বজাত অহা বতাহ বৰষুণজাকে কিছু পৰিমাণে ম্লান কৰে দৈজিঙৰ মাদকতা ৷

দৈজিং মহোৎসৱ
মিকা সিঙৰ অনুষ্ঠান পৰিৱেশন

লগতে চাওকঃপশ্চিমবংগৰ বৰ্ধমান ৰে’ল ষ্টেচনত প্ৰৱেশদ্বাৰ খহি চাৰিজন আহত

Intro:চিৰাঙৰ দৈজিং উৎসৱত বলিউডৰ নিতী মোহন,বাচ্চা য়াদৱ আৰু মিকা সিঙৰ সংগীতৰ অনুষ্টান। লক্ষাধিক লোকে উপভোগ কৰিলে অনুষ্টান। নিতী মোহনে জয় আই অসম ধ্বণিৰে সামৰিলে অনুষ্টান।
জিলাখনৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ ছাপাগুৰি,ঢালিগাঁও, লগতে বঙাইগাঁওতো তিব্ৰ যানজটৰ সৃষ্টী হয় । নিশা ১১.৩০ বজাত বতাহ বৰষুণে বুৰালে দৈজিং স্থলি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:চিৰাঙৰ দৈজিং উৎসৱত বলিউডৰ নিতী মোহন,বাচ্চা য়াদৱ আৰু মিকা সিঙৰ সংগীতৰ অনুষ্টান।

Conclusion:চিৰাঙৰ দৈজিং উৎসৱত বলিউডৰ নিতী মোহন,বাচ্চা য়াদৱ আৰু মিকা সিঙৰ সংগীতৰ অনুষ্টান।
Last Updated : Jan 5, 2020, 9:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.