ETV Bharat / state

বিটিচিৰ ৰাইজে বিজেপি দলক আঁকোৱালি লৈছেঃ চন্দ্ৰমোহন পাটোৱাৰী - বিজেপিৰ তিনিজনকৈ মন্ত্ৰী

বিজেপিৰ তিনিজনকৈ মন্ত্ৰী ক্ৰমে যোগেন মহন, ভৱেশ কলিতা আৰু চন্দ্ৰ মোহন পাটোৱাৰীয়ে ১৮ নং মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । সভাখনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, বিটিচিৰ জনসাধাৰণে বিজেপি দলক আঁকোৱালি লৈছে আৰু সেয়ে ৰাইজে বিজেপি দলক ভোটদান কৰি এইবাৰ বিটিচিত পৰিষদীয় চৰকাৰ গঠন কৰিব ৷

chirang-bjp-elections-meeting
বিটিচিৰ ৰাইজে বিজেপি দলক আঁকোৱালি লৈছেঃ চন্দ্ৰমোহন পাটোৱাৰী
author img

By

Published : Dec 8, 2020, 9:01 PM IST

চিৰাঙ,8 ডিচেম্বৰঃ বিটিচি পৰিষদীয় দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অহা 10 ডিচেম্বৰত অনুষ্টিত হ’ব ৷ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৷ মঙলবাৰে চিৰাং জিলা বিজনীৰ ২ নং বিষ্ণুপুৰ বজাৰত বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । বিজেপিৰ তিনিজনকৈ মন্ত্ৰী ক্ৰমে যোগেন মহন, ভৱেশ কলিতা আৰু চন্দ্ৰ মোহন পাটোৱাৰীয়ে ১৮ নং মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

chirang-bjp-elections-meeting
বিটিচিৰ ৰাইজে বিজেপি দলক আঁকোৱালি লৈছেঃ চন্দ্ৰমোহন পাটোৱাৰী

ইপিনে নিৰ্বাচনী প্ৰচাৰ সভাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, বিটিচিৰ জনসাধাৰণে বিজেপি দলক আঁকোৱালি লৈছে আৰু সেয়ে ৰাইজে বিজেপি দলক ভোটদান কৰি এইবাৰ বিটিচিত পৰিষদীয় চৰকাৰ গঠন কৰিব ৷

লগতে পঢ়কঃ কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.