ETV Bharat / state

চিৰাঙত অবৈধ গৰু ভৰ্তি গাড়ীৰ দুৰ্ঘটনাঃ নিহত 2 জন

author img

By

Published : Dec 16, 2019, 5:14 PM IST

দেওবাৰে নিশা  বিহাৰৰ পৰা মংগলদৈ লৈ গৈ থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰেইলাৰ গাড়ীত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয় অবৈধ গৰু ভৰ্তি গাড়ীখন। থিতাতে নিহত হয় গাড়ীখনত থকা দুজনকৈ লোক ৷

চিৰাং
চিৰাঙত অবৈধ গৰু ভৰ্তি গাড়ীৰ দুৰ্ঘটনাঃ নিহত 2

চিৰাং,16 ডিচেম্বৰঃ চিৰাঙৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিজনীৰ দহলাপাৰাস্থিত টোল গেটৰ সমীপত অবৈধ গৰু ভৰ্তি গাড়ীৰ দুৰ্ঘটনা । দুৰ্ঘটনাত গৰুসহ নিহত হয় দুজনকৈ লোক । দেওবাৰে নিশা বিহাৰৰ পৰা মংগলদৈ লৈ গৈ থকা অৱস্থাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰেইলাৰ গাড়ীত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয় অবৈধ গৰু ভৰ্তি গাড়ীখন।

চিৰাঙত অবৈধ গৰু ভৰ্তি গাড়ীৰ দুৰ্ঘটনাঃ নিহত 2

এই দুৰ্ঘটনাত থিতাতে নিহত হয় গাড়ীখনত থকা দুজনকৈ লোক। গাড়ী খনত মুঠ ৩৬ টা গৰু আছিল বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে। আনহাতে,গাড়ীখনত থিতাতে নিহত হয় ৬ টা ডাঙৰ গৰুসহ ৫ টা গৰুৰ পোৱালী। আহত গৰু কেইটা গেৰুকাবাৰী আৰক্ষীৰ অধীনত চিকিৎসা চলাই থকা হৈছে ।

আৰু অসমঃ অশান্ত জামিয়া মিলিয়াঃ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত ছাত্ৰৰ অৰ্ধ উলংগ প্ৰতিবাদ

Intro:চিৰাং জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিজনীৰ দহলাপাৰা স্থিত টোল গেটৰ সমিপত অবৈধ গৰুৰ গাড়ী দূৰ্ঘটনা। গৰু সহ নিহত দুজনকৈ লোক ।
যোৱা নিশা প্ৰায় ১০ বজাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰেইলাৰ গাৰীত খুন্দিয়াই দূৰ্ঘটনাগ্ৰস্থ হয় অবৈধ গৰুৰ গাড়ীখন । থিতাতে নিহত হয় গাড়ীখনত থকা দুজনকৈ লোক। গাড়ী খনত মূঠ ৩৬ টা গৰু আছিল বুলি জানিব পৰা গৈছে। থিতাতে নিহত ৬টা ডাঙৰ গৰু সহ ৫টা গৰুৰ পোৱালী। গৰুৰগাড়ী খন বিহাৰৰ পৰা মঙ্গলদৈ লৈ গৈ আছিল।
ঘটনা স্থলিত গেৰুকাবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্তিতি নিয়ন্ত্ৰন কৰে। আহত গৰু কেইটা গেৰুকাবাৰী আৰক্ষীৰ অধিনত চিকিৎসা চলাই থকা হৈছে। আৰক্ষীয়ে এতিয়ালৈ প্ৰকাশ কৰা নাই এই সন্দৰ্ভত বিতং তথ্য ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাং জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিজনীৰ দহলাপাৰা স্থিত টোল গেটৰ সমিপত অবৈধ গৰুৰ গাড়ী দূৰ্ঘটনা। গৰু সহ নিহত দুজনকৈ লোক ।

Conclusion:চিৰাং জিলাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিজনীৰ দহলাপাৰা স্থিত টোল গেটৰ সমিপত অবৈধ গৰুৰ গাড়ী দূৰ্ঘটনা। গৰু সহ নিহত দুজনকৈ লোক ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.