ETV Bharat / state

সমাগত স্বাধীনতা দিৱসঃ ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান - RED HORN DIVISION

স্বাধীনতা দিৱস উপলক্ষে ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চলত ভাৰতীয় সেনাৰ অভিযান । 73 সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনে ভাবুকি প্ৰদান কৰাৰ পিছত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় সেনাই তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান ৷

সমাগত স্বাধীনতা দিৱসঃ তৎপৰ ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান
author img

By

Published : Aug 14, 2019, 11:15 AM IST

চিৰাং, 14 আগষ্টঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ সীমান্ত অঞ্চলত তৎপৰ সেনা প্ৰশাসন ৷ অসমৰ চিৰাং জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত চলিছে ভাৰতীয় সেনাৰ ব্যাপক কুচ-কাৱাজ ৷ দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও বিদ্ৰোহী সংগঠনে ভাবুকি প্ৰদান কৰাৰ পিছত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় সেনাই অধিক তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থী বিৰোধী অভিযান ৷

সমাগত স্বাধীনতা দিৱসঃ ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান

ভূটান সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন দেশৰ সুৰক্ষা অক্ষুণ্ণ ৰখাৰ দায়িত্বত নামি পৰিছে ৷ দেশৰ অখণ্ডতা ৰক্ষাৰ সেৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পাহাৰ, নদী, জংগল আদি সকলোতে দেশৰ স্বাৰ্থত সদা প্ৰস্তুত জোৱানসকলৰ ত্যাগক শত-সহস্ৰ প্ৰণাম ৷

Intro:স্বাধীনতা দিৱস উপলক্ষে ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চলত ভাৰতীয় সেনাৰ অভিযান । কি দৰে নদী-জংগল আদিত ভাৰতীয় সেনাই অভিযান চলায় তাৰে এক প্ৰতিবেদন ।

(সেনাৰ অনুৰোধ মৰ্মে সঠিক ঠিকনা নিদিলো)

Body:স্বাধীনতা দিৱসৰ বৰ্জনৰ বাবে উত্তৰ পুৰ্ব্বাঞ্চলৰ কেবাটাও উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱাৰ পিচত এই দৰেই ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চলত ভাৰতীয় সেনাই উগ্ৰপন্থি সংগঠনৰ বিৰুদ্ধে অভিযান চলায় । সেনাই দিনে নিশাই অব্যাহত ৰখা এই অভিযানৰ কিছু অংশ দেখুৱাবলৈ যত্ন কৰা হৈছে ইটভি ভাৰতৰ দৰ্শক সকলক। নদী,জংগল,সমতল ভূমি আদিত সেনাই যি দৰে কষ্ট কৰি নিজৰ জীৱনকো তুচ্ছ কৰি দেশ মাতৃৰ সেৱাত দিনে নিশাই অব্যাহত ৰাখিছে নিজৰ কৰ্তব্য ।

বাইট : সেনা বিষয়া ।

Conclusion: সেনাৰ দিনে-নিশাই উগ্ৰপন্থি বিৰোধি অভিযানৰ কিছু দৃশ্যাৱলি সংগ্ৰহ কৰা হৈছিল ইটিভি ভাৰতৰ দৰ্শকৰ বাবে । এয়া ভাৰত-ভূটান সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উগ্ৰপন্থি বিৰোগি অভিযান লাইভ । সেনাৰ নিয়মানুসৰি যিখিনি দৃশ্য লব পৰা গৈছিল সেয়াই এয়া ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

বিদ্ৰ : কিছু ফটো পৃথকে দি আছো ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.