ETV Bharat / state

চিৰাঙত গ্ৰেপ্তাৰ ড্ৰাগছসহ পাঁচজন ব্যৱসায়ী

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত গ্ৰেপ্তাৰ কৰা হয় পাঁচজন ড্ৰাগছ ব্যৱসায়ী । ব্যৱসায়ীকেইজনৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

author img

By

Published : Jul 19, 2019, 12:03 PM IST

চিৰাং গ্ৰেপ্তাৰ ড্ৰাগছসহ পাঁচজন ব্যৱসায়

চিৰাং,১৯জুলাই : চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দহলাপাৰাস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত গ্ৰেপ্তাৰ কৰা হয় পাঁচজন ড্ৰাগছ ব্যৱসায়ীক । বৃহস্পতিবাৰে নিশা চিৰাং আৰক্ষীয়ে অভিযান চলায় ব্যৱসায়ীকেইজনৰ পৰা জব্দ কৰা হয় 30 গ্ৰাম ওজনৰ ড্ৰাগছৰ দুটা পেকেটৰ লগতে ১ পেকেট ড্ৰাগছ কঢ়িওৱা কন্টেইনাৰ, ৬টা মোবাইল ফোন, এখন খুকুৰী আৰু মটৰ চাইকেল, নিচাজাতীয় টেবলেট, চিৰিঞ্জ আৰু ১৫ হাজাৰ টকা । চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতীৰ নেতৃত্বত চলা এক অভিযানত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বড়াৰ সহযোগত গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ ব্যৱসায়ীকেইজনক । আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে মৈখম ব্ৰহ্ম, বিজু ব্ৰহ্ম , হিমৰাজ ব্ৰহ্ম,মিঠিংগা নাৰ্জাৰী আৰু তপন শীল । বৰ্তমান ব্যৱসায়ীকেইজনক বিজনী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Intro:চিৰাঙৰ বিজনীৰ দহলাপাৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ পাঁচ । Body:চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দহলাপাৰাস্থিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় চিৰাং আৰক্ষী। যোৱা নিশা ১১.৩০ বজাত চিৰাং আৰক্ষীয়ে হঠাইেই চলোৱা এই অভিযানত প্ৰায় 30 গ্ৰাম ওজনৰ ড্ৰাগছৰ দুটা পেকেট,১ পেকেট ড্ৰাগছ কৰিওৱা কন্টেইনাৰ, ৬টা মোবাইল ফোন, এটা খূকুৰী,১টা মোবাইল পাৱাৰবেঙ্ক, সহ গ্ৰেপ্তাৰ পাঁচ ড্ৰাগছ ব্যৱসায়ীক। নৱ প্ৰজন্মক এক প্ৰকাৰ ধ্বংশৰ পিনে ঠেলি দিছে এই সকল ড্ৰাগছ মাফিয়াই । এএচ০১বিই_৮৫১৪ নম্বৰৰ এল্টো K-10 গাড়ী এখন, এএচ ১৯কে_৫৯৯১ নম্বৰৰ YAMAHA Saluto মটৰ চাইকেল, নিচাজাতীয় টেবলেট,বেজী দিয়া দুটাকৈ চিৰিঞ্জ আৰু নগদ ১৫ হাজাৰ টকা জব্দ কৰে আটকাধীন ড্ৰাগছ ব্যৱসায়ী সকলৰ পৰা। চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ ৰকাকতীৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বড়াৰ সহযোগত এই সফল অভিযান চলাইছিল আৰক্ষীয়ে । আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে মৈখম ব্ৰক্ষ্ম, বিজু ব্ৰক্ষ্ম, হিমৰাজ ব্ৰক্ষ্ম,মিঠিংগা নাৰ্জাৰী, আৰু তপন শীল। গ্ৰেপ্তাৰ ড্ৰাগছ বেপাৰী কেইজন বিজনী থানাত অধিক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

(আৰক্ষীয়ে কোনো বাইট দিয়া নাই)Conclusion:শেষতিয়াকৈ চিৰাং জিলাত আৰক্ষীয়ে এই যুৱ প্ৰজন্মক ধ্বংশকাৰী ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে চলোৱা অভিযানত বহু পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে বহু কেইজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰিছে । চিৰাং আৰক্ষী সুত্ৰে প্ৰকাশ যে এই ধ্বংশকাৰী ড্ৰাগছৰ বিৰুদ্ধে সদায় অভিযান চলি থাকিব । লগতে সামাজিক ভাৱে মানুহ সকলেও এই ড্ৰাগছৰ বিৰুদ্ধে থিয় দিয়াৰ আহ্বান জনাইছে আৰক্ষীয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.