চিৰাং, 5 ডিচেম্বৰ : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত ইউপিপিএলৰ সংবাদমেল । এনডিএফবিৰ প্ৰাক্তন সম্পাদক তথা 14 নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে (বি আৰ ফেৰেংগা) আয়োজন কৰে এই সংবাদমেলৰ ৷
সংবাদমেলত ফেৰেঙ্গাই বিপিএফক অভিযোগ কৰি কয় যে, বিটিআৰ চুক্তিৰ দফা 7.1 আৰু 7.2 ৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি থকা পৰিলক্ষিত হৈছে । বিটিচিত নিৰ্বাচন উপলক্ষে বিপিএফে বড়ো-অবড়োৰ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে বুলিও অভিযোগ কৰে নেতাজনে ।
লগতে পঢ়ক : ২৮ ডিচেম্বৰৰ পৰা বিধানসভাৰ শীতকালিন অধিবেশন