ETV Bharat / state

উন্মাদ ষাঁড় গৰুৰ আক্ৰমণত নিহত প্ৰাক্তন অধ্যাপক

বঙাইগাঁও চহৰত ষাঁড় গৰুৰ সন্ত্ৰাস ৷ উন্মাদ ষাঁড়ৰ আক্ৰমণত নিহত পলিটেকনিকৰ প্ৰাক্তন অধ্যাপক ।

উন্মত্ত ষাঁড় গৰুৰ আক্ৰমণত নিহত প্ৰাক্তন অধ্যাপক
author img

By

Published : Aug 22, 2019, 7:21 PM IST

Updated : Aug 22, 2019, 7:27 PM IST

বঙাইগাঁও, 22 আগষ্টঃ বঙাইগাঁও হোটেল কনিষ্কৰ ওচৰত অঘটন৷ ষাঁড় গৰুৰ আক্ৰমণত বৃহস্পতিবাৰে বিয়লি মৃত্যু হয় বঙাইগাঁও পলিটেকনিকৰ প্ৰাক্তন অধ্যাপক ৰতন চক্ৰৱৰ্তীৰ । গুৱাহাটীৰ বাসিন্দা চক্ৰৱৰ্তী পেঞ্চনৰ কামত আহিছিল বঙাইগাঁৱলৈ ৷ কিন্তু পেঞ্চনৰ বিপৰীতে মৃত্যুক হে সাৱতিলে প্ৰাক্তন অধ্যাপকগৰাকীয়ে৷

উন্মত্ত ষাঁড় গৰুৰ আক্ৰমণত নিহত প্ৰাক্তন অধ্যাপক

উল্লেখ্য যে, বহুদিনৰ পৰাই ষাঁড়গৰুটো চহৰৰ পৰা আঁতৰাই নিয়াৰ বাবে বঙাইগাঁও পৌৰসভাক দাবী জনাইছিল স্থানীয় ৰাইজে৷ কিন্তু পৌৰসভাই কোনো গুৰুত্ব নিদিয়াত পুনৰ এজন লোকে প্ৰাণ হেৰুৱায় ষাঁড়গৰুৰ আক্ৰমণত। আনহাতে পৌৰ সভাৰ ভূমিকাত অসন্তুষ্ট হৈ ক্ষোভিত ৰাইজে ষাঁড় গৰু নিয়ন্ত্ৰণৰ দাবীত পথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷

Intro:বঙাইগাঁও চহৰত উন্মত্ত ষাঁড় গৰুৰ আক্ৰমনত নিহত বঙাইগাঁও পলিটেকনিকৰ প্ৰাক্তন অধ্যাপক ।

Body:বঙাইগাঁও চহৰত ষাঁড়গৰুৰ সন্ত্ৰাস উন্মত্ত ষাঁড়ৰ আক্ৰমণত বিয়লি এজন নিহত। বঙাইগাঁও পলিটেকনিকৰ প্ৰাক্তন অধ্যাপক ৰতন চক্ৰৱৰ্তী নামৰ লোক জন ষাৰ গৰুৰ আক্ৰমনত নিহত ।গুৱাহাটীৰ বাসিন্দা নিহত চক্ৰৱৰ্তি পেঞ্চনৰ কামত আহিছিল বঙাইগাঁওত । দীৰ্ঘ দিনৰ পৰাই বঙাইগাঁও চহৰত চলিছিল উন্মত্ত ষাৰ গৰুৰ সন্ত্ৰাস । ষাঁড় গৰু নিয়ন্ত্ৰণৰ দাবীত পথ অৱৰোধ ৰাইজৰ । ঘটনাটো ঘটে বঙাইগাঁও হোটেল কণিষ্কৰ ওচৰত । বহুদিনৰ পৰাই স্থানীয় ৰাইজে ষাঁড়গৰুটোৰ চহৰৰ পৰা আঁতৰাই নিয়াৰ বাবে বঙাইগাঁও পৌৰসভাক দাবী জনাইছিল ।পৌৰসভাই কোনো গুৰুত্ব নিদিয়াত আজি এজন লোকে প্ৰাণ হেৰুৱায় ষাঁড়গৰুটোৰ আক্ৰমণত।

বাইট : স্থানীয় লোকৰ ।

Conclusion:বঙাইগাঁও চহৰত ঠায়ে ঠায়ে উন্মুত্ত অৱস্থাত ঘুৰি ফুৰা দেখিবলৈ পোৱা যায় গৰু । কাৰ গৰু সেয়া কোনেও নাজানে । বঙাইগাঁও পৌধ সভাই এই ক্ষেত্ৰত কোনো ভূমিকা নোলোৱাৰ অভিযোগ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
Last Updated : Aug 22, 2019, 7:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.