বঙাইগাঁও, 31 মে': ধৃত বাইক চুৰটোৰ গোৱালপাৰাৰ বলদমাৰীৰ হবিবৰ ৰহমান (40) বুলি জানিব পৰা গৈছে ৷ যুৱক দুজনে হবিবৰক বঙাইগাঁও সদৰ থানাত চমজাই দিয়াৰ লগতে ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে ৷ হবিবৰ ৰহমানৰ পৰা আৰক্ষীয়ে একোছা মাষ্টাৰ চাবি, এটা মোবাইল, দুটা এলটি ৰেন্স আৰু এটা বাইকৰ চাবি উদ্ধাৰ কৰে ৷ বৰ্তমান আৰক্ষীয়ে ধৃত চোৰটোক সোধ পোছ অব্যাহত ৰাখিছে ৷
বঙাইগাঁৱত বাইক চোৰ আটক - Assam
বঙাইগাঁও চহৰত সঘনে বাইক চুৰি, ধন লুটৰ দৰে ঘটনা সংঘটিত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে বিয়লি এজন বাইক চোৰক আটক কৰে স্থানীয় লোকে ৷
বঙাইগাঁৱত বাইক চোৰ আটক
বঙাইগাঁও, 31 মে': ধৃত বাইক চুৰটোৰ গোৱালপাৰাৰ বলদমাৰীৰ হবিবৰ ৰহমান (40) বুলি জানিব পৰা গৈছে ৷ যুৱক দুজনে হবিবৰক বঙাইগাঁও সদৰ থানাত চমজাই দিয়াৰ লগতে ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে ৷ হবিবৰ ৰহমানৰ পৰা আৰক্ষীয়ে একোছা মাষ্টাৰ চাবি, এটা মোবাইল, দুটা এলটি ৰেন্স আৰু এটা বাইকৰ চাবি উদ্ধাৰ কৰে ৷ বৰ্তমান আৰক্ষীয়ে ধৃত চোৰটোক সোধ পোছ অব্যাহত ৰাখিছে ৷
Slug : As_Chg_30th May_805_Bongaigaon bike lifter arrest_viz & byt_Abdul Maleque Ahmed.
Send by ftp.
বঙাইগাঁৱত বাইক চেৰ আটক, এজনৰ পলায়ন।
বঙাইগাঁও চহৰত সঘন বাইক চুৰি, ধন লুটৰ দৰে ঘটনা সংঘটিত হৈ থকাৰ মাজতে আজি আবেলি ভাগত এজন বাইক চোৰ স্থানীয় লোকে আটক হয় ৷ জানিব পৰামতে, বঙাইগাঁও চহৰৰ ইউনিয়ন বেংকৰ সন্মুখত দুজন যুকেকে বাইক নিৰীক্ষণ কৰি বাইক নিব নোৱাৰি পাছত নাতিদূৰৈত অৱস্থিত বৰপাৰাৰ আৰোগ্য হাস্পাতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত উপস্থিত হয় ৷ যুৱকদ্বয়ে পথত ৰখাই থোৱা বহু বাইক নিৰীক্ষণ কৰি চুৰি কৰাত ব্যৰ্থ হয় ৷ যুৱক দুজনৰ এই কাণ্ড- কাৰ্য প্ৰায় এঘন্টা ধৰি পৰ্যৱেশন কৰি আছিল বঙাইগাঁৱৰ দুজন যুৱক ৷ শেষত উল্লিখিত চিকিৎসালয়খনৰ সন্মুখত ৰখাই থোৱা বাইকৰ মাজৰ পৰা এখন বাইক চোৰ কৰাৰ প্ৰচেষ্টা কৰোতে চহৰখনৰ দুই যুৱকে দুজনীয়া বাইক চোৰৰ দলৰ এজনক আটক কৰে ৷ অৱশ্যে লগৰ এজন যুৱক পলাই সাৰে ৷ পাছত চোৰটোক বঙাইগাঁও আৰক্ষীৰ হাতত গটাই দিয়ে ৷ বাইক চোৰৰ প্ৰচেষ্টা চলোৱা ধৃত যুৱক জনৰ নাম হবিবৰ ৰহমান(৪০) ৷ ঘৰ গোৱালপাৰাৰ বলদমাৰীত বুলি প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে ধৃত হবিবৰ ৰহমানৰ পৰা একোছা মাষ্টাৰ ছাবি, মোবাইল এটা, দুটা এলটি ৰেন্স , এটা বাইকৰ ছাবি উদ্ধাৰ কৰা হৈছে ৷ বঙাইগাঁৱৰ দুই যুৱকে ধৃত বাইক চোৰক বঙাইগাঁও সদৰ থানাত চমজাই দিয়াৰ পাছতে ঘটনা সম্পৰ্কত এখন এজাহাৰো দাখিল কৰে ৷ আৰক্ষীয়ে ধৃত যুৱক জনক সোধ-পোছ অব্যাহত ৰাখিছে ৷।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।