- চিৰাঙত ৮ খন চোৰাং কাঠৰ গাড়ী জব্দ
- বন বিভাগৰ অভিযানত জব্দ হয় গাড়ী কেইখন
- ভাৰত-ভূটান সীমান্তৱৰ্তী শিলিখাগুৰিৰ পৰা জব্দ কৰে বন বিভাগৰ লোকে
- জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় 10 লাখ টকা
- নম্বৰ প্লেট বিহীন ট্ৰাকত আনিছিল কাঠখিনি
- ইতিমধ্যে চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে ট্ৰাককেইখন
চিৰাঙত বন বিভাগৰ অভিযান, জব্দ ৮ খন চোৰাং কাঠৰ গাড়ী
চিৰাঙত ৮ খন চোৰাং কাঠৰ গাড়ী জব্দ ৷ বন বিভাগৰ অভিযানত জব্দ হয় গাড়ী কেইখন ৷ ইতিমধ্যে চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে ট্ৰাককেইখন ৷
চিৰাঙত ৮ খন চোৰাং কাঠৰ গাড়ী জব্দ
- চিৰাঙত ৮ খন চোৰাং কাঠৰ গাড়ী জব্দ
- বন বিভাগৰ অভিযানত জব্দ হয় গাড়ী কেইখন
- ভাৰত-ভূটান সীমান্তৱৰ্তী শিলিখাগুৰিৰ পৰা জব্দ কৰে বন বিভাগৰ লোকে
- জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় 10 লাখ টকা
- নম্বৰ প্লেট বিহীন ট্ৰাকত আনিছিল কাঠখিনি
- ইতিমধ্যে চিৰাং বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে ট্ৰাককেইখন
Intro:চিৰাঙত বন বিভাগৰ অভিযানত ৮ খন চোৰাং কাঠ কঢ়িওৱা গাড়ী সহ দহ লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ জব্দ ।
Body:চিৰাঙত কালি ৰাতিপুৱাৰে পৰা মাজ নিশালৈ বন বিভাগৰ অভিযানত আটখনকৈ চোৰাং কাঠ কঢ়িওৱা গাড়ী সহ দহ লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে । চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তি শিলিখাগুৰিৰ পৰা এই সমুহ চোৰাং কাঠ বেপাৰী সকলে চিৰাং হৈ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথেৰে অসমৰ অইন জিলালৈ প্ৰেৰন কৰে । এই সমুহ চোৰাং কাঠ কঢ়িওৱা গাড়ী সমুহৰ অধিকাংশৰে নম্বৰ প্লেট নাথাকে আৰু যি সমুহ গাড়ীৰ নম্বৰ প্লেট থাকে সেই সমুহৰ কেবাটাও নম্বৰ প্লেট লৈ লয় আৰু কিছুদুৰ যায় নম্বৰপ্লেট সলনি কৰে । মুঠতে এই সমুহ জব্দ কৰা গাড়ীত খয়েৰ,বনচোম, লালি,সিধা আদি মুল্যবান কাঠ আছিল । চিৰাং বন সংমণ্ডল বিষয়াৰ (ডিএফঅ)ৰ জিলা সদৰ কাজলগাঁও স্থিত কাৰ্য্যালয়ত ৰাখিছে জব্দ কৃত গাড়ী আৰু কাঠ সমুহ ।
বাইট : বন কৰ্মি নয়ন মুচাহাৰী ।
Conclusion:চিৰাং জিলাৰ পৰা বন মাফিয়াই এই দৰেই নিতৌ চোৰাং কাঠ অসমৰ বিভিন্ন জিলালৈ নিয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে । কিন্ত ৰাষ্ট্ৰীয় ঘাই পথত নিয়োজিত থকা আৰক্ষীয়ে চোৰাং কাঠ মাফীয়াৰে বুজাবুজিৰে চলাৰ অভিযোগ সদায় উঠিয়ে থাকে ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।