ETV Bharat / state

সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীতো উপেক্ষিত ভুপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান

মৃত্যুৰ পিছতো সংগীতসূৰ্য ড০ ভূপেন হাজৰিকাক চৰম অপমান। সুধাকণ্ঠৰ নৱম মৃত‍্যুবাৰ্ষিকীত চিৰাঙৰ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যানত এগচি বন্তি প্ৰজ্বলন কৰিবলৈ আহৰি নহ'ল জিলা প্ৰশাসনৰ। সুধাকণ্ঠৰ ভগ্ন মূৰ্তি মেৰামতিও নকৰিলে প্ৰশানে।

সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীতো উপেক্ষিত ভুপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান
সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীতো উপেক্ষিত ভুপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান
author img

By

Published : Nov 5, 2020, 4:06 PM IST

চিৰাং, ৫ নৱেম্বৰ: চিৰাং জিলাৰ কাজলগাঁৱৰ আলাইখুংগ্ৰী উদ‍্যানত ২০১০ চনতে স্থাপিত কৰা হৈছিল ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান। মুখ্য়মন্ত্ৰীৰ নিৰ্দেশত নিৰ্মাণ কৰা এই উদ্য়ানখনৰ আধাৰশিলা স্থাপন কৰিছিল মন্ত্ৰী চন্দন ব্ৰহ্মই।

সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীতো উপেক্ষিত ভুপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান
সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকীতো উপেক্ষিত ভুপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ‍্যান

কিন্তু জিলা প্ৰশাসনৰ অৱহেলাত এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে উদ্যানখনে। জংঘলেৰে আগুৰি ধৰিছে। চৰণীয়া পথাৰ সদৃশ ৰূপ লৈছে উদ্যানখনে।

সুধাকণ্ঠৰ ভগ্ন মূৰ্তি আজি পৰ্যন্ত মেৰামতি নকৰিলে প্ৰশাসনে। অন্য দিনৰ কথা বাদেই আজি ড০ ভূপেন হাজৰিকাৰ নৱম মৃত‍্যুবাৰ্ষিকীতো উদ্যানখনত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ।

এগচি বন্তি প্ৰজ্বলন কৰি সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে প্ৰশাসনে। ড০ ভূপেন হাজৰিকাৰ নামত উদ্যান স্থাপন কৰিয়েই দায়িত্ব সামৰিলে চৰকাৰে।

লগতে পঢ়ক:অসম জাতীয় পৰিষদৰ পতাকা-খচৰা সংবিধান মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.