বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰা
এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি
জনৈক গান্ধীৰ নিউ বঙাইগাঁৱৰ ঘৰ আৰু চপাগুৰীৰ ড্ৰেগন ধাবাৰ পৰা জব্দ সুৰাখিনি
নিউ বঙাইগাঁও আৰক্ষী আৰু উত্তৰ বঙাইগাঁও আৰক্ষী নেতৃত্বত চলিছিল অভিযান
বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰা - অৰুণাচলী সুৰা জব্দ
এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি
অৰুণাচলী সুৰা
বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰা
এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি
জনৈক গান্ধীৰ নিউ বঙাইগাঁৱৰ ঘৰ আৰু চপাগুৰীৰ ড্ৰেগন ধাবাৰ পৰা জব্দ সুৰাখিনি
নিউ বঙাইগাঁও আৰক্ষী আৰু উত্তৰ বঙাইগাঁও আৰক্ষী নেতৃত্বত চলিছিল অভিযান
Intro:বঙাইগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ অৰুনাচলি অবৈধ সুৰা । আৰক্ষীয়ে বিশেষ তথ্যৰ ভিত্তিত অভিযান চলাই জনৈক গান্ধী নামৰ ব্যাক্তি এজনে অৰুনাচলি অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰি বঙাইগাঁও আৰক্ষীয়ে এই অভিযান চলাইছিল । নিউবঙাইগাঁও আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উত্তৰ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই যৌথ অভিযান চলাই এই অবৈধ সুৰাৰ ব্যৱসায়ী গান্ধীৰ নিউ বঙাইগাঁওৰ ঘৰ আৰু ছাপাগুৰীৰ ড্ৰেগন ধাবাত অভিযান চলাই বৃহৎ পৰিমানৰ অৰুনাচলি অবৈধ তথা চোৰাং সুৰা যব্দ কৰিবলৈ সক্ষম হয়।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Body:অবৈধ সুৰা জব্দ ।
Conclusion:অবৈধ সুৰা জব্দ ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Body:অবৈধ সুৰা জব্দ ।
Conclusion:অবৈধ সুৰা জব্দ ।