ETV Bharat / state

লকডাউনৰ মাজতে বাসুগাঁও চহৰ বীজাণুমুক্তকৰন প্ৰশাসনৰ

author img

By

Published : Mar 28, 2020, 9:13 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ বাসুগাঁৱটো চলিল বীজাণুমুক্তকৰন । চৰকাৰৰ বীজাণুমুক্তকৰন কাৰ্যই সকাহ প্ৰদান কৰিছে বাসুগাঁৱবাসী ৰাইজৰ মাজত ।

লকডাউনৰ মাজতে বাসুগাঁও চহৰ বীজাণুমুক্তকৰন প্ৰশাসনৰ
লকডাউনৰ মাজতে বাসুগাঁও চহৰ বীজাণুমুক্তকৰন প্ৰশাসনৰ

চিৰাং, 28 মাৰ্চ : চিৰাঙৰ বাসুগাঁও চহৰত বীজাণুমুক্তকৰন । জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, বাসুগাঁও পৌৰসভা আৰু বাসুগাঁও থানাৰ সহযোগত এই বীজানুমুক্তকৰন কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ বাসুগাঁৱটো চলিল বীজাণুমুক্তকৰন । যি সময়ত কৰ'ণাৰ আতংকই সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে, লকডাউন কৰা হৈছে সমগ্ৰ দেশ, সেই সময়তে চৰকাৰৰ বীজাণুমুক্তকৰন কাৰ্যই সকাহ প্ৰদান কৰিছে বাসুগাঁৱবাসী ৰাইজৰ মাজত । বিশ্বজুৰি কৰ'ণাৰ আতংক, লকডাউন কৰা হৈছে সমগ্ৰ দেশ, কৰবাত যদি ৰাইজৰ সঁহাৰি আকৌ কৰবাত প্ৰশাসনৰ সৈতে সংঘাত । তাৰে মাজতে চৰকাৰৰ বীজাণুমুক্তকৰন কাৰ্য্য । চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে বাসুগাঁৱবাসী ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.