ETV Bharat / state

বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

author img

By

Published : Jun 4, 2019, 2:15 PM IST

বিদেশী সন্দেহত স্বদেশীক হাৰাশাস্তি দিয়াৰ অভিযোগত সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সীমান্ত আৰক্ষীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

চিৰাং , 4 জুন : চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰত মঙলবাৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিদেশী সন্দেহত স্বদেশীক হাৰাশাস্তি দিয়াৰ অভিযোগত সংগঠনটোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সীমান্ত আৰক্ষীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ

প্ৰকৃত ভাৰতীয়ক বিনাদোষত হাৰাশাস্তি দিয়া কাৰ্য আৰু সকলো বৈধ নথিপত্ৰ থকাৰ পিচতো সীমান্ত আৰক্ষীয়ে ভুল ক্ৰমে মধুবালা মণ্ডলক প্ৰায় আঢ়ৈ বছৰ ধৰি ডিটেনচন কেম্পত আটক কৰি ৰখা কাৰ্যক তীব্ৰ নিন্দা কৰে সংগঠনটোৱে ৷ ইয়াৰোপৰিও সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে মধুবালা মণ্ডলক বিনা চৰ্তত মুকলি কৰি দিয়াৰ দাবী জনায় ৷

Slug : As_Chg_4th jun_801 & 802_Chirang protest & effigy burn_viz & byt_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ, দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ আৰু সীমান্ত আৰক্ষীৰ পুত্তলিকা । আজি দুপৰীয়া ১১.৩০ বজাত চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰত বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ এই প্ৰতিবাদ। বিদেশী সন্দেহত স্বদেশীক হাৰা শাস্থিৰ অভিযোগত দাহ কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু সীমান্ত আৰক্ষীৰ পুত্তলিকা । প্ৰকৃত ভাৰতীয়ক বিনাদোষত হাৰাশাস্তি বন্ধ কৰাৰ লগতে সকলো বৈধ নথিপত্ৰ থকাৰ পিচতো সীমান্ত আৰক্ষীয়ে ভুল ক্ৰমে  মধুবালা মণ্ডলক প্ৰায় আঢ়ৈ বছৰ ধৰি ডিটেনচন কেম্পত আটক কৰা কাৰ্যক তীব্ৰ নিন্দা কৰাৰ লগতে মধুবালা মণ্ডলক বিনা চৰ্তত মুকলি কৰি দিয়াৰ দাবী জনায়।। 

বাইট : সুভঙ্কৰ ঘোষ, ছাত্ৰ নেতা । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.