চিৰাং,16 জুন: চিৰাঙৰ বিজনীত কৃতি ছাত্ৰ-ছাত্ৰীক আছুৰ সম্বৰ্ধনা । অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ ৩৩ জন ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰা নম্ৰতা নাথক সম্বৰ্ধনা জনোৱা হয় । চিৰাং জিলা সমিতি আছুয়ে আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছুৰ সভাপতি দিপাঙ্ক কুমাৰ নাথ, চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিং সহ বহু সংখ্যক বিশিষ্ট লোক । অনুষ্ঠানত শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষক সকলক ড্ৰাইভাৰ বুলি কৈ ইতিকিং কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সন্মানীয় শিক্ষকসকলক অপমান কৰাটো সকলোৰে বাবে লাজৰ কথা বুলিও কয় সভাপতিগৰাকীয়ে । লগতে শিক্ষা মন্ত্ৰীক উক্ত মন্তব্য উঠাই লোৱাৰো আহ্বান জনায় আছু সভাপতিগৰাকীয়ে ।
চিৰাঙত আছুৰ সম্বৰ্ধনা অনুষ্ঠান
অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ ৩৩ জন ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰা নম্ৰতা নাথক সম্বৰ্ধনা জনোৱা হয় ।
চিৰাং,16 জুন: চিৰাঙৰ বিজনীত কৃতি ছাত্ৰ-ছাত্ৰীক আছুৰ সম্বৰ্ধনা । অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন সহ উত্তীৰ্ণ ৩৩ জন ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰা নম্ৰতা নাথক সম্বৰ্ধনা জনোৱা হয় । চিৰাং জিলা সমিতি আছুয়ে আয়োজন কৰা এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আছুৰ সভাপতি দিপাঙ্ক কুমাৰ নাথ, চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিং সহ বহু সংখ্যক বিশিষ্ট লোক । অনুষ্ঠানত শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষক সকলক ড্ৰাইভাৰ বুলি কৈ ইতিকিং কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সন্মানীয় শিক্ষকসকলক অপমান কৰাটো সকলোৰে বাবে লাজৰ কথা বুলিও কয় সভাপতিগৰাকীয়ে । লগতে শিক্ষা মন্ত্ৰীক উক্ত মন্তব্য উঠাই লোৱাৰো আহ্বান জনায় আছু সভাপতিগৰাকীয়ে ।
Body:বাইট : দিপাঙ্ক কুমাৰ নাথ, সভাপতি আছু ।
সভাপতিৰ দুটা বাইট দিলো । বেলেগে বেলেগে লগাব পাৰিব ।
আছুৰ সভাপতি জনে কয় যে দীৰ্ঘ দিনৰ পৰা আমি কৈ অহাৰ পিচত চি বি এচ চিৰ সৈতে ফেৰ মাৰিব পৰাকৈ আমাৰ ছাত্ৰ-ছাত্ৰী সকলক নম্বৰ দিয়াৰ ব্যৱস্থা কৰিছে ছেবাই । এয়া আমাৰ কাৰনে ভাল খবৰ ।
বাসুগাঁও আঞ্চলিক আছুৰ কাৰ্য্যালয়ৰ শ্বহিদ বেদীত কলা ৰং সনাক লৈ প্ৰতিক্ৰীয় প্ৰকাশ কৰি আছু সভাপতি নাথে কয় যে এমাহ পাৰ হোৱাৰ পিচতো চিৰাং জিলা প্ৰশাষনে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ আঁৰত ৰাজনীতি লুকাই আছে । প্ৰত্যক্ষ ভাৱে নকলেও মন্ত্ৰী চন্দন ব্ৰহ্মলৈ আঙুলি টোৱায় আওপকীয়াকৈ। দোষী সকলক ধৰি আনি থানাৰ পৰাই মোকলাই দিছিল আৰক্ষীয়ে কাৰোবাৰ ভোটবেংকৰ স্বাৰ্থত । জিলা প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই দোষী সকলে আজি বুকু ফিন্দাই ঘুৰিব পাৰিছে । এই ঘটনা আছুয়ে কেতিয়াও এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে সভাপতি জনে । দোষিক শাস্থি দিবই লাগিব ।
আছু সভাপতি জনে শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষক সকলক ড্ৰাইভাৰ বুলি কৈ ইতিকিং কৰা কাৰ্যৰো প্ৰতিক্ৰীয়া প্ৰকাশ
কৰে আছু সভাপতি জনে । সন্মানীয় শিক্ষক সকলক অপমান কৰাটো সকলোৰে বাবে লাজৰ কথা বুলিওকয় সভাপতি জনে । এটা পৰিক্ষাৰ মাধ্যমত টেট শিক্ষক সকলে শিক্ষক হিচাবে নিৰ্ব্বাচিত হৈছে। শিক্ষা মন্ত্ৰীক উক্ত মন্তব্য উঠাই লোৱাৰো আহ্বান জনায় ।
Conclusion:আছু সভাপতি জনে শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষক সকলক ড্ৰাইভাৰ বুলি কৈ ইতিকিং কৰা কাৰ্যৰো প্ৰতিক্ৰীয়া প্ৰকাশ
কৰে আছু সভাপতি জনে । সন্মানীয় শিক্ষক সকলক অপমান কৰাটো সকলোৰে বাবে লাজৰ কথা বুলিওকয় সভাপতি জনে । এটা পৰিক্ষাৰ মাধ্যমত টেট শিক্ষক সকলে শিক্ষক হিচাবে নিৰ্ব্বাচিত হৈছে। শিক্ষা মন্ত্ৰীক উক্ত মন্তব্য উঠাই লোৱাৰো আহ্বান জনায় ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।