ETV Bharat / state

চিৰাং জিলাত তীব্ৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ

author img

By

Published : Dec 14, 2019, 2:11 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতীকী শৱদেহ লৈ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিজনী নগৰ পৰিভ্ৰমণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে আইনখন কোনো পধ্যেই মানি লোৱা ন'হব বুলি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷

aasu protest against caa in chirang
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ছাত্ৰ সন্থাৰ

চিৰাং , 14 ডিচেম্বৰঃ সমগ্ৰ অসমৰ লগতে চিৰাঙত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বিতৰ্কিত বিধেয়কখন 11 ডিচেম্বৰত উচ্চ সদনত গৃহীত হোৱাৰ পাছতেই ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰিছে অহিংস আন্দোলনৰ কাৰ্যসূচী ৷ শনিবাৰে চিৰাং জিলাৰ বিজনী অঞ্চলত বিজনী আঞ্চলিক ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতীকী শৱদেহ লৈ বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বিজনী নগৰ পৰিভ্ৰমণ কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে আইনখন কোনো পধ্যেই মানি লোৱা ন'হব বুলি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অন্যান্য সংগঠনেও আইনখন বাতিলৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ অসম আৰক্ষীৰ ৰদ-বদল

Intro:
চিৰাঙত নাগৰিকত্ব আইন লৈ আছুৰ প্ৰতিবাদ অব্যাহত ।
চিৰাঙৰ বিজনীত CAB বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সনোৱাল আৰু হিমন্ত বিশ্বশৰ্মা আৰু অতুল বৰাৰ সহ দেহ লৈ শ্মশান যাত্ৰা কৰি বিজনী আঞ্চলিক ছাত্ৰ সন্থা কাৰ্যলয়ৰ পৰা বিজনী নগৰ পৰিভ্ৰমন কৰে আছুয়ে। ঠায়ে ঠায়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ অব্যাহত আছু সহ অন্যান্য দল সংগঠনৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙত নাগৰিকত্ব আইন লৈ আছুৰ প্ৰতিবাদ অব্যাহত ।

Conclusion:চিৰাঙত নাগৰিকত্ব আইন লৈ আছুৰ প্ৰতিবাদ অব্যাহত ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.