ETV Bharat / state

NRC ৰ পুনৰীক্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আমছু - ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণ সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা আমছুৰ । চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ আমছুৰ (AAMSU against re inspection of NRC) ।

aamsu-to-go-to-sc-against-re-inspection-of-nrc
NRC ৰ পুনৰীক্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আমছু
author img

By

Published : Mar 22, 2022, 8:07 PM IST

চিৰাং, 22 মাৰ্চ : চিৰাঙৰ বৰতালোৱাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(NRC)ৰ পুনৰীক্ষণ সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ সংবাদমেল (AAMSU press meet on NRC)। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ণ চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই সংবাদ মেলত এনআৰচি সন্দৰ্ভত চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দেশৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এনআৰচি হ’ল, তাৰ পিছতো পুনৰ কিছু দল সংগঠনৰ অভিযোগৰ পিচত পুনৰ ২৭ শতাংশ লোকৰ পুনৰীক্ষণ হ’ল ।

NRC ৰ পুনৰীক্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আমছু

তাৰ পিচতো চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল যদিও ইয়াক নাকচ কৰিছিল উচ্চতম ন্যায়ালয়ে । কিন্তু শেহতীয়াকৈ চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পুনৰীক্ষণ কৰাৰ দৰে সিদ্ধান্ত লোৱাৰ বিৰোধ কৰে আমছুই (AAMSU against re-inspection of NRC) । আইনৰ ওপৰত বিশ্বাস ৰাখি সংগঠনটোৱে পুনৰ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও স্পষ্ট কৰে আমছুৰ সভাপতিগৰাকীয়ে ।

মুঠতে আমছুই কোনো পধ্যেই এনআৰচিৰ পুনৰীক্ষণ নিবিচাৰে বুলিও সংবাদ মেল যোগে স্পষ্ট কৰে ৰেজাউল কৰিম সৰকাৰে ।

লগতে পঢ়ক : Brahmaputra river dries up : বন্যপ্ৰাণী, কৃষিজীৱী ৰাইজলৈ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.