ETV Bharat / state

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযান, মাৰণাস্ত্ৰ সহ তিনিজন উগ্ৰপন্থী গ্ৰেপ্তাৰ - মাৰণাস্ত্ৰসহ তিনিজনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ

ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীৰ যৌথ অভিযান, অভিযানত মাৰণাস্ত্ৰসহ তিনিজনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়,সদস্যকেইজনৰ পৰা এটা বন্দুক, সজীৱ গুলী চাৰিজাই উদ্ধাৰ কৰে

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰ সহ তিনিজন উগ্ৰপন্থী গ্ৰেপ্তাৰ
author img

By

Published : Nov 12, 2019, 11:26 AM IST

চিৰাং, 12 নৱেম্বৰ: চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীৰ যৌথ অভিযান । চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিত, ভাৰত-ভূটান সীমান্তৰ ৰিপুচিৰাং সংৰক্ষিত বনাঞ্চলত এন ডি এফ বি(সং) সদস্যৰ সম্ভেদ পাই সেনাই যৌথ অভিযান চলাইছিল । অভিযানত মাৰণাস্ত্ৰসহ তিনিজনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা সদস্যকেইজন ক্ৰমে, নৰেন বসুমতাৰী,দহো দৈমাৰী আৰু ছায়াৰাম বুলি সেনাৰ সূত্ৰত প্ৰকাশ । সেনাই সদস্যকেইজনৰ পৰা এটা বন্দুক, চাৰিজাই সজীৱ গুলী উদ্ধাৰ কৰে । সম্প্ৰতি সেনা,আৰক্ষী,কোব্ৰা তথা নিৰাপত্তা বাহিনীৰ যৌথ অভিযানে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । আৰক্ষীয়ে এন ডি এফ বিৰ বিৰুদ্ধে চিৰাং জিলাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ৷

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰণাস্ত্ৰ সহ তিনিজন উগ্ৰপন্থী গ্ৰেপ্তাৰ

লগতে পঢ়ক:ৰান্ধনী বিদ্ৰোহ, শিক্ষামন্ত্ৰীৰবাসগৃহ ঘেৰাও

Intro:চিৰাঙত সেনা আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ তিনিজন এন ডি এফ বি -ছা সদস্য গ্ৰেপ্তাৰ ।

Body:চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তি অঞ্চলত সেনা,কোব্ৰা আৰু আৰক্ষীৰ যৌথ অভিযান । সেনাৰ চোৰাংচোৱা সুত্ৰৰ তথ্যৰ ভিত্তিত ভাৰত-ভূটান সীমান্তৰ ৰিপু চিৰাং সংৰখিত বনাঞ্চলত এন ডি এফ বি (ছা) সদস্যৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি সেনাই যৌথ অভিযান চলাইছিল । অভিযানত মাৰনাস্ত্ৰ সহ তিনিজনকৈ এন ডি এফ বি (ছা) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ তিনিওজন সদস্য চিৰাং জিলাৰে ক্ৰমে নৰেন বসুমতাৰী,দহো দৈমাৰী আৰু ছায়াৰাম বুলি সেনা সুত্ৰে প্ৰকাশ । গ্ৰেপ্তাৰ সদস্য কেইজনৰ পৰা পিস্থল এটা সজিৱ গুলি চাৰিজাই পোৱা বুলিও জনায় সেনাই ।

Conclusion:সেনা,আৰক্ষী আৰু কোব্ৰা তথা অন্যান্য নিৰাপত্তা বাহিনীৰ যৌথ অভিযানে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত এক গুৰুত্ব পুৰ্ণ ভূমিকা লৈছে । উগ্ৰপন্থি সংগঠন এন ডি এফ বিয়ে মুৰ দাঙী উঠিবই পৰা নাই চিৰাং জিলাত ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.