ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 17, 2022, 3:01 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

NDA Vice President Candidate Jagdeep Dhankhar : কোন এইগৰাকী জগদীপ ধনখৰ ?

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জগদীপ ধনখৰে (BJP Vice President candidate) ১৯৮৯ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু সেই বছৰেই ৰাজস্থানৰ ঝুনঝুনুৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । ১৯৯০ চনত কেন্দ্ৰীয় মন্ত্ৰী হৈছিল । বৰ্তমান পশ্চিমবংগৰ ৰাজ্যপাল ধনখৰ ।

Presidential Election: কাক ভোট দিব এ আই ইউ ডি এফে ?

নিৰ্বাচনলৈ মাথোঁ এদিন থাকোতেই এ আই ইউ ডি এফে ঘোষণা কৰিলে কোনগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক সমৰ্থন কৰিব দলটোৱে (AIUDF has announced whom they will support) ৷ কাক ভোট দিব এ আই ইউ ডি এফে ?

Youths missing from Bilasipara : চাকৰিৰ প্ৰলোভনেৰে লৈ যোৱা 7 জনকৈ যুৱক নিৰুদ্দেশ

বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁৱৰ বগুলাউৰাত কান্দোলৰ ৰোল ৷ একেখন গাঁৱৰে 7 জনকৈ যুৱক নিৰুদ্দেশ (seven Youths missing at Bilasipara )৷ এই ঘটনাই শংকিত কৰিছে অভিভাৱকৰ লগতে সমগ্ৰ গাঁওবাসীক ৷

ত্ৰিপুৰাৰ ধলাই জিলাত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী

ত্ৰিপুৰাৰ ধলাই জিলাৰ অন্তৰ্গত চাউমানুৰ দয়াৰাম কৰবাৰী জুনিয়ৰ বেচিক ইংৰাজী মাধ্যম বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি প্ৰায় ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰী ৷

Poor Road condition: ভাৰত-ভূটান সংযোগী পথে ৰাইজক ভুগাইছে যন্ত্ৰণা

ৰঙিয়াৰ বালাগাঁৱৰ মাজেৰে যোৱা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন পথৰ দুৰৱস্থা (Indo Bhutan road)৷ পথটোত ঠায়ে ঠায়ে প্ৰায় পাঁচৰ পৰা সাত ফুট পৰ্যন্ত দ গাঁতৰ সৃষ্টি হৈছে (Poor Road condition at Rangia) ৷

Parimal Shuklabaidya sudden visit: ISBT ত নিশা ছাডেন ভিজিট পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ISBT ত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ছাডেন ভিজিট (Parimal Shuklabaidya sudden visit)৷ আই এছ বিটিত থকা সকলো আসোঁৱাহ দূৰ হ'ব বুলি জনায় সংবাদমাধ্যমৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

Drone Spotted In Gurdaspur Sector: ভাৰতৰ সীমান্তত পাকিস্তানৰ চোৰাংচোৱাৰ ড্ৰোণ

ভাৰত পাকিস্তান সীমান্তৰ পঞ্জাৱৰ গুৰদাসপুৰৰ আকাশত পৰিলক্ষিত হৈছে পকিস্তানৰ চোৰাংচোৱা ড্ৰোণ(Drone Spotted In Gurdaspur Sector)৷ দেওবাৰৰ মাজনিশা গুৰদাসপুৰ খণ্ডত ড্ৰোণ পৰিলক্ষিত হোৱাৰ লগে লগে সষ্টম হৈ পৰে বি এছ এফ জোৱানসকল ৷

Bridge decorated like chess board: দলং নে দবা ব’ৰ্ড ?

দলঙত অংকন কৰাটো বৰ্তমান সময়ত যেন এক ট্ৰেণ্ডলৈ পৰিণত হৈছে । ক’ৰবাত যদি জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ছবি আন কৰ'বাত আকৌ বিশেষ স্থানৰ ছবি প্ৰতিফলিত কৰাৰ চেষ্টা চলোৱা হয় দলং সমূহত । পিছে এইবাৰ চেন্নাইৰ এখন দলঙে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে (A bridge in Chennai has caught everyone attention)।

90 year old woman revisits Pakistan: শৈশৱৰ স্মৃতি বিচাৰি পাকিস্তানলৈ ৰাওনা ৯০ বছৰীয়া আইতা

৭৫ বছৰৰ অন্তত পিতৃ গৃহলৈ যাবলৈ অনুমতি পালে ৯০ বছৰীয়া ৰীণা ছিব্বাৰ বৰ্মাই (90 year old Indian woman revisits ancestral home in Pakistan)। দেশ বিভাজনৰ পূৰ্বে তেওঁৰ পৰিয়াল বৰ্তমানৰ পাকিস্তানৰ ৰাৱালপিণ্ডিৰ দেৱী মহাবিদ্যালয় পথত বাস কৰি আছিল । বিভাজনৰ লগে লগে তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে । বহু বছৰ ধৰি পিতৃৰ চহৰলৈ যাবলৈ ভিছাৰ আবেদন কৰিছিল যদিও এতিয়াহে তেওঁক ভিছা প্ৰদান কৰা হ'ল । পাকিস্তানলৈ গৈ শৈশৱৰ স্মৃতি স্বৰূপ তেওঁৰ বিদ্যালয় আৰু বন্ধুবৰ্গক সাক্ষাৎ কৰিব বৃদ্ধাগৰাকীয়ে ।

Wild Elephant Roaming: বন্যহস্তীৰ মুক্ত বিচৰণ কলিয়াবৰত

ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহে বন্যহস্তীৰজাক ৷ শেহতীয়াকৈ, নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ সমষ্টিত 6 টাকৈ বনৰীয়া হাতীৰ এটা জাকে জনাঞ্চলত অৱস্থান লৈছে (Wild elephants roam free at Kaliabor) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.