ETV Bharat / state

শিৱসাগৰত কেবৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ তিনি সংগঠনৰ

author img

By

Published : Dec 7, 2019, 1:10 PM IST

শনিবাৰে শিৱসাগৰৰ সোণাৰীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ শীঘ্ৰেই নাগৰিকত্ব সংশোধনী বিধেয়ক-2016 বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ কোনো কাৰণত অসমে অবৈধ বাংলাদেশীৰ বোজা নলয় অসমে, এইয়া স্পষ্ট কথা ৷

SIVSAGAR PROTEST AGAINST CAB ASSAM ETV BHARAT
শিৱসাগৰত কেবৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ তিনি সংগঠনৰ

সোণাৰি, 7 ডিচেম্বৰঃ সোণাৰিত কেবৰ বিৰুদ্ধে আটাছু চমুকৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। সাংসদ তপন কুমাৰ গগৈৰ বাসগৃহৰ সমীপত শনিবাৰে পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সাংসদ তপন গগৈ,সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অমৃত শ্বাহৰ পুত্তলিকা দাহেৰে চৰাইপুং আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত আহোম জাতীয় গণমঞ্চৰ উদ্যোগত আৰু বীৰ লাচিত সেনা আৰু টাই আহোম যুৱ পৰিষদৰ সহযোগত কেবৰ বিৰোধিতাৰে প্ৰধান মন্ত্ৰী মোডী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে ৷ উল্লেখ্য যে, অহা 9 ডিচেম্বৰত কেব লোকসভাত উত্থাপিত হোৱাৰ সমান্তৰালভাৱে 10 ডিচেম্বৰত ৰাজ্যসভাত উত্থাপিত হ'ব ৷ মাত্ৰ কেইটামান দিন থকা অৱস্থাত ৰাজ্য়জুৰি আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ ৷

লগতে পঢ়কঃবাংলা ভাষা নজনাৰ বাবেই প্ৰহাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক

Intro:Body: সোণাৰিত কেৱৰ বিৰুদ্ধে আটাছু চমুকৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ।সাংসদ তপন কুমাৰ গগৈৰ বাসগৃহ সমীপত পুত্তলিকা দাহ কৰি প্ৰতিবাদ। সাংসদ তপন গগৈ, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অমৃত শ্বাহৰ পুত্তলিকা দাহেৰে চৰাইপুং আঞ্চলিক সমিতিৰ প্ৰতিবাদ। আনহাতে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত আহোম জাতীয় গণমঞ্চৰ উদ্যোগত আৰু বীৰ লাচিত সেনা আৰু টাই আহোম যুৱ পৰিষদৰ সহযোগত কেবল বিৰুধিতাৰে প্ৰধান মন্ত্ৰী মোড়ী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যৰ পুত্তলিকা দাস।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.