ETV Bharat / state

বৃক্ষবন্ধুৰ উদ্যোগত চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা

জলবায়ু পৰিবৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ লগত সংগতি ৰাখি আয়োজন বৃক্ষবন্ধুৰ পদযাত্ৰাৰ কাৰ্যসূচী ৷ চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই পদযাত্ৰাৰ অন্যতম উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক এখন স্মাৰকপত্ৰ প্ৰদান কৰা ৷

উদ্দেশ্য পৰিৱেশ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক এখন স্মাৰকপত্ৰ প্ৰদান কৰা
চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা বৃক্ষবন্ধুৰ
author img

By

Published : Dec 21, 2019, 10:46 PM IST

গুৱাহাটী,21 ডিচেম্বৰঃ বৃক্ষবন্ধুৰ উদ্যোগত চৰাইদেউ মৈদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ বিশ্বৰ ভয়াৱহ সমস্যা জলবায়ু পৰিবৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ লগত সংগতি ৰাখি আয়োজন এই কাৰ্যসূচীৰ ৷ উদ্দেশ্য পৃথিৱীক এই সমস্যাৰ পৰা সকাহ দিয়াৰ লগতে ভাৰতৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা ৷ ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে ৷

চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা বৃক্ষবন্ধুৰ

এই পদযাত্ৰাৰ অন্যতম উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক এখন স্মাৰকপত্ৰ প্ৰদান কৰা ৷ উক্ত কাৰ্যসূচীত নিজৰা ফুকনক সহযোগ কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ কন্যা মুনমুনী পায়েং,নগাঁৱৰ পৰিৱেশকৰ্মী পংখী বৰাই ৷ শনিবাৰে দুপৰীয়া দলটো উপস্থিত হয় যোৰাবাটত ৷ স্থানীয় ৰাইজ তথা যান-বাহন আৰক্ষীয়ে দলটোক অভিনন্দন জ্ঞাপন কৰে ৷

লগতে চাওকঃ"ৰাম'জী ফিল্ম চিটি" পৰিদৰ্শন কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

Intro: চৰাইদেউ মইদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ বৃক্ষবন্ধুৰ পদযাত্ৰাBody: বৰ্তমান বিশ্বৰ আটাইতকৈ ভয়াবহ সমস্যা জলবায়ু পৰিবৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ সৈতে আমি মুখামুখি হবৰ কাৰণে গোটেই পৃথিৱী খনক এই সমস্যাৰ পৰা কিছু সকাহ দিবৰ বাবে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনৰ মাজত এক পৰিৱেশ সুৰক্ষাৰ সজাগতাৰ সৃষ্টি কৰিবলৈ "বৃক্ষবন্ধু" ৰ উদ্যোগত চলিত বৰ্ষৰ ১ ডিচেম্বৰ তাৰিখৰ পৰা চৰাইদেউ মইদামৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ এখনি পদযাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই পদযাত্ৰা কাৰ্যসূচীৰ অন্য এটা মুখ্য উদ্দেশ্য হৈছে চৰকাৰৰ সবল পদক্ষেপ অবিহনে বৃক্ষবন্ধুৱে জলবায়ু পৰিবৰ্তন আৰু পৰিৱেশ প্ৰদূষণৰ সমস্যাৰ সৈতে যুঁজ দিব নোৱাৰোঁ । ভাৰতৰ ৰাষ্ট্ৰপতি , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰীৰ ওচৰত বৃক্ষবন্ধুৱে পদযাত্ৰাৰ শেষত পৰিৱেশ সুৰক্ষাৰ ওপৰত এখন বিশেষ স্মাৰকপত্ৰ প্ৰধানৰ উদ্দেশেৰে এই পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । এই পদযাত্ৰা কাৰ্যসূচীত নিজৰা ফুকনৰ লগত সহযোগিতা আগবঢ়ায় অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ কন্যা মুনমুনী পায়েঙ , নগাঁৱৰ পৰিৱেশ কৰ্মী পংখী বৰা।আজি দুপৰীয়া ভাগত তিনিও আহি উপস্থিত হয় যোৰাবাটত যত তিনিউকে গামোচাৰে অভিনন্দন জনাই যোৰাবাটৰ ৰাইজ আৰু যান বাহন আৰক্ষীয়ে।তেওঁলোকে বৰ্তমানলৈকে তেওঁলোকৰ যাত্ৰাৰ অভিজ্ঞতা আৰু তেওঁলোকৰ যাত্ৰাৰ উদ্দেশ্য সমূহ বিষয়ে আলোচনা কৰে উপস্থিত সকলোৰ লগত।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.