চৰাইদেউ, 3 এপ্ৰিল : চৰাইদেউ জিলাৰ সাপেখাতীত তীব্ৰ প্ৰতিবাদ ৷ মন্ত্ৰী পীযুষ হাজৰিকাই দুগৰাকী সাংবাদিকক ফোনৰ জৰিয়তে মৃত্যুৰ ভাবুকি প্ৰদান কৰা কাৰ্য্যৰ বিৰুদ্ধে আসাম প্ৰেছ কৰেছপণ্ডেনছ ইউনিয়ন চমুকৈ (আপকু)ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সাপেখাতীৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
মন্ত্ৰীগৰাকীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত সাপেখাতী চিকিৎসালয় তিনিআলিত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে পঢ়ক: ৰঞ্জিৎ দাসৰ হৈ পাটাছাৰকুছিত পদব্ৰজে নিৰ্বাচনী প্ৰচাৰ