ETV Bharat / state

ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত প্ৰতিবাদ সাব্যস্ত

চাউল আৰু মটৰৰ মাজত পোৱা গৈছে ডাঙৰ ডাঙৰ পোক ৷ ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ । প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে অভিযোগ

ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত প্ৰতিবাদ সাব্যস্ত
author img

By

Published : Sep 16, 2019, 5:54 PM IST

কাছাৰ, 16 চেপ্তেম্বৰ : বিদ্যালয়ত মজুত কৰি ৰখা কেইবা বস্তা চাউল আৰু মটৰৰ মাজত পোৱা গৈছে ডাঙৰ ডাঙৰ পোক ৷ ইয়াকে লৈ কাছাৰৰ নৰসিংহপুৰ শিক্ষা খণ্ডৰ অধীনত থকা ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ স্কুলৰ মধ্যাহ্ন ভোজনৰ চাউল, মটৰ আদিত পোক পোৱাৰ ঘটনা লৈ ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ । চাহ বাগিছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলক এইবোৰ খাবলৈ দি বেমাৰৰ পথত ঠেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে ৰাইজে । এই সন্দৰ্ভত প্ৰশাসন আৰু শিক্ষা বিভাগৰ কৰ্মকৰ্তাসকলক জনাইছে যদিও একো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।

ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলত প্ৰতিবাদ সাব্যস্ত

কেৱল কাছাৰতেই নহয় অসমৰ বিভিন্ন স্থানত সংঘটিত আহিছে অনুৰূপ ঘটনাৰ ৷ এই ক্ষেত্ৰত বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত হৈ আহিছে যদিও বিষয়টোত লাভ কৰা হোৱা নাই স্থায়ী সমাধান ৷ পৰৱৰ্তী পৰ্যায়ত এই সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা হাতত ল’ব সেইটো সময়েহে ক’ব ৷

Intro:NEWS Silchar Breaking 16 September.... কাছাৰ জিলাৰ ধলাই সমষ্টিৰ নৰসিংহপুৰ শিক্ষা খণ্ডৰ অধীনত থকা ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলৰ মধ্যাহ্নভোজণৰ চাউল মটৰ আদিত পোক পোৱাৰ ঘটনা লৈ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠিছে। Body:NEWS Silchar Breaking 16 September.... কাছাৰ জিলাৰ ধলাই সমষ্টিৰ নৰসিংহপুৰ শিক্ষা খণ্ডৰ অধীনত থকা ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলৰ মধ্যাহ্নভোজণৰ চাউল মটৰ আদিত পোক পোৱাৰ ঘটনা লৈ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠিছে। স্কুলত মজুত কৰি ৰখা কেইবা বস্তা চাউল আৰু মটৰৰ মাজত ডাঙৰ ডাঙৰ পোক দেখুৱাই ৰাইজে কয়, চাহ বাগিছাৰ সহজ সৰল কন কণ ছাত্ৰ ছাত্ৰী সকলক এইবোৰ খাবলৈ দি গণহাৰে বেমাৰৰ পথত ঠেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেওঁ এই অব্যবস্হা লৈ প্ৰশাসন আৰু শিক্ষা বিভাগৰ কৰ্মকৰ্তা সকলক জনাইছে যদিও একো ব্যবস্থা লোৱা নাই বুলি তেওঁ অভিযোগ কৰিছে। স্থানীয় চাহ বাগিছাৰ ম্যানেজাৰ আৰু আন পঞ্চায়ত নেতৃত্ব এই ঘটনাৰ তীখা সমালোচনা কৰিছে । --বাইটConclusion:NEWS Silchar Breaking 16 September.... কাছাৰ জিলাৰ ধলাই সমষ্টিৰ নৰসিংহপুৰ শিক্ষা খণ্ডৰ অধীনত থকা ডাৰ্বি চাহ বাগিছাৰ গান্ধী এম ই স্কুলৰ মধ্যাহ্নভোজণৰ চাউল মটৰ আদিত পোক পোৱাৰ ঘটনা লৈ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ উঠিছে। স্কুলত মজুত কৰি ৰখা কেইবা বস্তা চাউল আৰু মটৰৰ মাজত ডাঙৰ ডাঙৰ পোক দেখুৱাই ৰাইজে কয়, চাহ বাগিছাৰ সহজ সৰল কন কণ ছাত্ৰ ছাত্ৰী সকলক এইবোৰ খাবলৈ দি গণহাৰে বেমাৰৰ পথত ঠেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তেওঁ এই অব্যবস্হা লৈ প্ৰশাসন আৰু শিক্ষা বিভাগৰ কৰ্মকৰ্তা সকলক জনাইছে যদিও একো ব্যবস্থা লোৱা নাই বুলি তেওঁ অভিযোগ কৰিছে। স্থানীয় চাহ বাগিছাৰ ম্যানেজাৰ আৰু আন পঞ্চায়ত নেতৃত্ব এই ঘটনাৰ তীখা সমালোচনা কৰিছে । --বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.