ETV Bharat / state

নগালেণ্ডৰ ডাম্পাৰ দুৰ্ঘটনাত সোণাৰিৰ যুৱক নিহত

নাগালেণ্ডৰ মন জিলাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত সোণাৰিৰ এজন যুৱক থিতাতে নিহত হয় ৷

author img

By

Published : May 25, 2021, 10:01 PM IST

নগালেণ্ডৰ ভয়ংকৰ দুৰ্ঘটনাত সোণাৰিৰ যুৱক নিহত

মৰাণ, 25 মে' : নাগালেণ্ডৰ মন জিলাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত সোণাৰিৰ এজন যুৱক থিতাতে নিহত হয় ৷ দুৰ্ঘটনাত নিহত যুৱকজনৰ নাম আছলম খান ৷

উল্লেখ্য যে, নাগালেণ্ডৰ মন জিলাৰ য়াংলিঙত সংঘটিত হয় দুৰ্ঘটনাটো। জানিব পৰা মতে, শিল ভৰ্তি এখন নতুন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰীয়া পথৰ পৰা বাগৰি পৰাৰ ফলত থিতাতে নিহত হয় ডাম্পাৰ চালক সোণাৰিৰ আছলাম নামৰ যুৱক জন ৷

লগতে পঢ়ক:এসপ্তাহত 18 টা ড্ৰাগছ বিৰোধী অভিযান আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.