ETV Bharat / state

নাৰী দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালত উপস্থিত ৰাজ্যপাল

নাৰী দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে নাৰী সুৰক্ষা আৰু নাৰীৰ দায়িত্বৰ ওপৰত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে

author img

By

Published : Mar 8, 2019, 11:28 PM IST

ghy

গুৱাহাটী, 8 মাৰ্চঃ শুকুৰবাৰে সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ DEPERTMENT OF WOMEN STUDIES বিভাগে উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস । নাৰী দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে নাৰী সুৰক্ষা আৰু নাৰীৰ দায়িত্বৰ ওপৰত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে । অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 মৃদুল হাজৰিজা, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ লগতে ছাত্ৰীসকল । নাৰী দিৱসৰ এই বিশেষ দিনটোতে বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰীক সম্বৰ্ধনা জনাই সন্মানিত কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ।

ghy university

Slug: A_GHY_8MAR_801_GOVERNOR PROGRAM AT GU_HIRUL

শুকুৰবাৰে সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ DEPERTMENT OF WOMEN STUDY বিভাগে উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰৰ  ছাত্ৰীসকলে নাৰী সুৰক্ষা আৰু নাৰীৰ দায়িত্বৰ ওপৰৰ এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে। উক্ত উনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল জগদীশ মূখী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিজা, বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ লগতে ছাত্ৰ-ছাত্ৰীসকল। নাৰী দিৱস এই বিশেষ দিনটোত বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰীক সম্বৰ্ধনা জনাই ৰাজ্যপাল জগদীশ মুখীয়ে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.