ETV Bharat / state

এ পি এছ চি কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল

author img

By

Published : Jun 13, 2019, 10:03 PM IST

বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত এই চাৰ্জশ্বীট দাখিল কৰে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে । ২০ জুনত এই সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ন্যায়ালয়ে

লোকসেৱা আয়োগ কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল

গুৱাহাটী, ১৩ জুনঃ বহুচৰ্চিত লোকসেৱা আয়োগ কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল ৷ বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত এই চাৰ্জশ্বীট দাখিল কৰে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে । এই বিয়াগোম কেলেংকাৰীৰ তদন্ত চলাই অহা ডিব্ৰুগড় আৰক্ষীয়ে বৃহস্পতিবাৰে তদন্ত প্ৰক্ৰিয়া সামৰাৰ কথা আছিল যদিও তদন্ত সম্পূৰ্ণ নোহোৱাত পুনৰ আঠ সপ্তাহৰ বাবে ন্যায়ালয়ত সময় বিচাৰে ডিব্ৰুগড় আৰক্ষীয়ে । ২০ জুনত এই সন্দৰ্ভত ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰে । ইতিমধ্যে ৭৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চাৰিজন পলাতক অৱস্থাত আছে বুলি উল্লেখ কৰে লোকসেৱা আয়োগ কেলেংকাৰীৰ মূল তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰে ৷

গুৱাহাটী, ১৩ জুনঃ   বহুচৰ্চিত লোকসেৱা আয়োগ কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। উল্লেখ্য যে এই বিয়াগোম কেলেংকাৰীৰ তদন্ত চলাই অহা ডিব্ৰুগড় আৰক্ষীয়ে আজি তদন্ত প্ৰক্ৰিয়া সামৰাৰ কথা আছিল যদিও এতিয়াও তদন্ত সম্পূৰ্ণ নোহোৱাৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে পুণৰ আঠ সপ্তাহৰ বাবে সময় বিচাৰে ন্যায়ালয়ত। ন্যায়ালয়ে ২০ জুনত এই সন্দৰ্ভত পুণৰ শুনানী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। ইপিনে লোকসেৱা আয়োগ কেলেংকাৰীৰ মূল তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছৰে সাংবাদিকৰ আগত কয় যে ইতিমধ্যে ৭৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চাৰিজন পলাতক অৱস্থাত আছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.